এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলে জয়লাভ কৰাৰ পিছতে তিনিচুকীয়াৰ থানা চাৰিআলিত বিজয় উল্লাস সমৰ্থকৰ  ।

হাতে হাতে ভাৰতৰ জাতীয় পতাকা লৈ তিনিচুকীয়াৰ থানা চাৰিআলিত নিশা 12 বজাত আনন্দ উল্লাস ভাৰতীয় দলৰ সমৰ্থকৰ ।