মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে নিজ বাসগৃহত মৰাণ সমষ্টিৰ অন্তৰ্গত ১৫৩,১৫৪ নং বুথৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰেডিঅ অনুষ্ঠান "মন কী বাত" ত অংশগ্ৰহণ কৰে । পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা "মন কী বাত" অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেখেতৰ অভিলাষী আচঁনি সমূহৰ সম্বন্ধে দেশবাসীৰ আগত অৱগত কৰাৰ লগতে আগন্তুক 'পোষণ মাহ অভিযান'ক সফল ৰূপায়ণ কৰি তোলাৰ ক্ষেত্ৰত অঙ্গনবাড়ী কেন্দ্ৰ সমুহত কাৰ্যসূচী হাতত ল`বলৈ দেশৰ জনসাধাৰণক আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Train में Bull की सवारी, Video हो रहा Viral, बोला- Sahibganj में उतार देना |
Train में Bull की सवारी, Video हो रहा Viral, बोला- Sahibganj में उतार देना |
ડીસા તાલુકાના ઢુવા ગામે આમ આદમી પાર્ટીની રોજગાર યાત્રા પહોંચતા કરાયું ભવ્ય સ્વાગત
ડીસા તાલુકાના ઢુવા ગામે આમ આદમી પાર્ટીની રોજગાર યાત્રા પહોંચતા કરાયું ભવ્ય સ્વાગત
અમદાવાદ : માન. વડાપ્રધાન મોદીની જોવા મળી સાદગી | ખાદી કારીગરો સાથે કાંત્યો રેંટિયો ચરખો પણ ચલાવ્યો અને અન્ય લોકો થી લીધી મુલાકાત | #sms #sms01
અમદાવાદ : માન. વડાપ્રધાન મોદીની જોવા મળી સાદગી | ખાદી કારીગરો સાથે કાંત્યો રેંટિયો | #sms #sms01
ডিমৌত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটাছুৰ উত্তাল প্ৰতিবাদ, শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পুত্তলিকা দাহ।
চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ধাৰাবাহিকভাৱে তীব্ৰ...
Rajasthan Politics: राजस्थान में चुनाव पर बोले Ashok Gehlot, कहा- दोबारा हमारी सरकार बनेगी | Aaj Tak
Rajasthan Politics: राजस्थान में चुनाव पर बोले Ashok Gehlot, कहा- दोबारा हमारी सरकार बनेगी | Aaj Tak