মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে নিজ বাসগৃহত মৰাণ সমষ্টিৰ অন্তৰ্গত ১৫৩,১৫৪ নং বুথৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰেডিঅ অনুষ্ঠান "মন কী বাত" ত অংশগ্ৰহণ কৰে । পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা "মন কী বাত" অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেখেতৰ অভিলাষী আচঁনি সমূহৰ সম্বন্ধে দেশবাসীৰ আগত অৱগত কৰাৰ লগতে আগন্তুক 'পোষণ মাহ অভিযান'ক সফল ৰূপায়ণ কৰি তোলাৰ ক্ষেত্ৰত অঙ্গনবাড়ী কেন্দ্ৰ সমুহত কাৰ্যসূচী হাতত ল`বলৈ দেশৰ জনসাধাৰণক আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गुजरात ने 2036 के ओलंपिक खेलों के लिए तैयारी की शुरुआत की"
गुजरात ने 2036 के ओलंपिक खेलों के लिए तैयारी की शुरुआत की"
Tarun Chugh Slams AAP Govt. for Misusing Punjab’s Machinery in Ludhiana West By-Election Campaign
BJP National General Secretary Tarun Chugh today campaigned in support of BJP candidate Jeewan...
ડીસામાં જુગાર રમતાં 7 શખ્સોને પોલીસે ઝડપ્યા
ડીસા ઉત્તર પોલીસે ડીસામાં એક શખ્સના વાડામાં જુગાર રમતાં સાત જુગારીયાઓને ઝડપી લીધા હતા. જેમની...
बदलापुरात मातीच्या पणत्या वापरून लाडक्या बाप्पासाठी सुंदर आरास #ganpatibappamorya #ganpati
बदलापुरात मातीच्या पणत्या वापरून लाडक्या बाप्पासाठी सुंदर आरास #ganpatibappamorya #ganpati
ચૂંટણી જાહેર થઈ છે એટલે અમે ભાજપની સ્થાપના અને સફરને વિરામ આપીએ છે - Prashant Dayal
ચૂંટણી જાહેર થઈ છે એટલે અમે ભાજપની સ્થાપના અને સફરને વિરામ આપીએ છે - Prashant Dayal