বৰহাটৰ ২০১ নং বুথত ডাঙৰীকুমাৰ নামঘৰ প্ৰাঙ্গত প্ৰধানমন্ত্ৰী মন কি বাত অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

ভাৰতীয় জনতা পাৰ্টীৰ এক অন্যতম কাৰ্য্যসূচী মন কি বাত প্ৰত্যেক মাহৰ শেষৰটো দেওবাৰত অনুষ্ঠিত হোৱা মন কি বাত আজি বিজেপি বৰহাট মণ্ডলৰ অন্তৰ্গত ২০১নং বুথত অনুষ্ঠিত কৰা হয়।অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে পোনপটীয়া লাইভ প্ৰচাৰ কৰে।আনহাতে প্ৰত্যেকটো বুথত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকতা সকলে শুনাৰ লগতে মন কি বাত অনুষ্ঠান অনুষ্ঠিত কৰে।উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে হিচাপে উপস্থিত থাকে ডাঙৰীকুমাৰ নামঘৰ প্ৰসঙ্গত ৰূপায়ন 

১০৬ নং সোনাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ , যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য ক্ৰমে এজনয় দে ,জ্যোতিষ কোঁৱৰ,

 মণ্ডলৰ সাঃ সম্পাদক চন্দন সোনোৱাল , চাহ জনগোষ্ঠী মৰ্চাৰ মণ্ডল সভাপতি কাৰ্তিক উৰাং , মিডিয়া চেলৰ আহ্বায়ক বিজয় গগৈ , পূৰ্বাঞ্চল গাওঁ পঞ্চায়তৰ সভানেত্ৰী শান্তনা ফুকন গগৈ ,বুথ সভাপতি কনক শইকীয়া , শক্তি কেন্দ্ৰৰ আহ্বায়ক ধনকুমাৰী তেলী ,

 প্ৰবীন বিজেপি কৰ্মী গদ্ ৰাম গগৈ, ভালেকেইজন বিজেপি নেতাই অংশগ্ৰহণ কৰে।