টিংখাং সমষ্টিৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষানুষ্ঠান টিংখাং মহাবিদ্যালয়ে আগন্তুক ১ চেপ্তম্বৰত গৌৰৱোজ্জ্বল ৫০ টা বৰ্ষ সম্পূৰ্ণ কৰিব। ১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনৰ পঞ্চাশ বছৰীয়া স্মৃতি ৰোমন্থনৰ মানসেৰে অহা ১ চেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ মহাবিদ্যালয় খনৰ চৌহদত উদযাপন কৰা হব সোণালী জয়ন্তী সমাৰোহ। আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই টিংখাং মহাবিদ্যালয়ত উপস্থিত হৈ সোণালী জয়ন্তী সমাৰোহৰ উদযাপন সমিতি তথা বিষয়ববীয়া সকলৰ সৈতে পৰ্যালোচনা কৰাৰ লগতে প্ৰস্তুতিৰ সম্পৰ্কে বুজ লয়। সোণালী জয়ন্তী সমাৰোহখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে, প্ৰত্যেক গৰাকী বিষয়ববীয়াক নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ আহ্বান জনায়। উক্ত বৈঠকত টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মহন,অধ্যক্ষা ড০ মৌচুমী গগৈ ,অসম পেট্ৰকেমিকেলচৰ অধ্যক্ষ বিকুল ডেকা, অধ্যাপক- অধ্যাপিকা সকল, ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel Missile Attack on Gaza: इजरायल की सबसे खतरनाक ऑपरेशन, गाजा पट्टी बनी खंडर | Israel Hamas War
Israel Missile Attack on Gaza: इजरायल की सबसे खतरनाक ऑपरेशन, गाजा पट्टी बनी खंडर | Israel Hamas War
Gujarat Election Update | લોબિંગ પર MP Ramesh Dhaduk નો ખુલાસો | Ramesh Tilala | News In Gujarati
Gujarat Election Update | લોબિંગ પર MP Ramesh Dhaduk નો ખુલાસો | Ramesh Tilala | News In Gujarati
Royal Enfield Classic 350 अब फ्लैक्स फ्यूल से भरेगी रफ्तार! कम कीमत में होगी ईको-फ्रेंडली राइडिंग
वाहन निर्माता रॉयल एनफील्ड ने Classic 350 को फ्लैक्स फ्यूल ऑप्शन के साथ भारत मोबिलिटी ग्लोबल...