ৰহা সৰাগাঁও নিবাসী শিক্ষক, লেখক,নিবন্ধকাৰ লক্ষীপ্ৰসাদ ডেকাক ৰাগিনী প্ৰেজেন্টছ প্ৰোডাকচন প্ৰথম খবৰৰ জ্ঞানদ্বীপ বঁটা২০২৩ দেওবাৰে গুৱাহাটী কুমাৰপাৰা শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰ প্ৰাঙ্গন্ত প্ৰদান কৰা হয় আৰু হাউলী গোপাল আতা সাহিত্য পৰিষদৰ দ্বাৰা আয়োজিত গ্ৰন্থ প্ৰতিযোগিতাত লক্ষীপ্ৰসাদ ডেকাৰ গ্ৰন্থ "সমকালৰ প্ৰতিবিম্ব"ৰ বাবে ভট্টদেৱ কথা সাহিত্য বঁটা ২০২৩ অহা ২৫ জুনত হাউলী গোপাল আতা সাহিত্য সাংস্কৃতিক গোষ্ঠী ৰ বাৰ্ষিক সভাত প্ৰদান কৰা হব।
ৰহাৰ লক্ষীপ্ৰসাদ ডেকালৈ জ্ঞানদ্বীপ বঁটা ২০২৩প্ৰদান। "সমকালৰ প্ৰতিবিম্ব" গ্ৰন্থ ৰ বাবে ২৫ জুনত প্ৰদান কৰা হব ভট্টদেব কথা সাহিত্য বঁটা ২০২৩
![](https://i.ytimg.com/vi/ZayvczJQb-E/hqdefault.jpg)