সাহস আৰু আত্ম বলিদানৰ অনুপম নিদৰ্শন আলাবৈ ৰণ। অসমৰ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থকা ১৬৬৯ চনৰ ৫ আগষ্টৰ এই দিনটোতেই মোগলক পৰাভূত কৰি অসমক ৰক্ষা কৰাৰ বাবে একে দিনাই প্ৰাণ বলিদান দিছিল ১০ হাজাৰ অসমীয়া সেনাই। এই দহ হাজাৰ অসমীয়া শ্বহীদ সৈনিকক আজি মৰাণৰ ট্ৰেফিক তিনিআলিত টাইপা মৰাণ আঞ্চলিকৰ উদ্যোগত জনোৱা হয় শ্ৰদ্ধাঞ্জলী। এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে টাইপাৰ মৰাণ আঞ্চলিকৰ সদস্য আৰু স্থানীয় লোকসকল উপস্থিত থাকি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બગદાણા આસપાસના ગામના સરપંચ દ્વારા બગદાણા પોલીસ મથકમાં દારૂ વેચાણ બંધ કરાવવા રજુઆત કરાઈ
બગદાણા આસપાસના ગામના સરપંચ દ્વારા બગદાણા પોલીસ મથકમાં દારૂ વેચાણ બંધ કરાવવા રજુઆત કરાઈ
Virat Kohli: The talking point of the Asia Cup
Everyone who watches cricket across the globe knows Virat Kohli, called King Kohli. If he...
NSUI દ્વારા ડીસા નાયબ મામલતદારને આવેદપત્ર આપ્યું...
ડીસા NSUI દ્વારા નાયબ કલેકટર કચેરી ખાતે આવેદનપત્ર પાઠવ્યું..
જુનિયર ક્લાર્કની પરીક્ષાનું...
সোণাৰিৰ বিধবস্ত পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজক
সোণাৰিৰ বিধবস্ত পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজক।
চৰাইদেউ জিলাৰ সোণাৰিৰ অন্তৰ্গত জবকা...