কাজিৰঙাত বাঘ হত্যাত জড়িত ৫ জনক গ্ৰেপ্তাৰ বনবিভাগৰ।গ্ৰেপ্তাৰ কৰা লোককেইজন হ'ল-শ্যামল শুক্লবৈদ্য,হীৰা মুণ্ডা, জয়ৰাম চাওৰা, সঞ্জয় চাওৰা আৰু ৰাজেশ গোৱালা। কাজিৰঙাৰ ১ নং শিলডুবি এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় লোককেইজনক। উল্লেখ্য যে চলিত বৰ্ষৰ ফ্ৰেব্ৰুুৱাৰী মাহত উদ্যানৰ দাতিকাষৰীয়া অঞ্চলত এটা বাঘৰ মৃতদেহ উদ্ধাৰ হৈছিল। বাঘটো বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা বুলি তথ্য লাভ কৰিছে বন বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Balmukund Acharya के बयान पर विवाद, Harimohan Sharma बोले- जबरन एक संप्रदाय विशेष को बना रहे निशाना
Balmukund Acharya के बयान पर विवाद, Harimohan Sharma बोले- जबरन एक संप्रदाय विशेष को बना रहे निशाना
વ્યાજખોર નાં ત્રાસ નાં કારણે આપઘાત નો પ્રયાસ...
બનાસકાંઠા માં વ્યાજખોર ના ત્રાસ ના કારણે આપઘાત નો પ્રયાસ..
પાલનપુર ના કુંભાસન ગામ માં વ્યાજખોર...
मायुमं की मोरानहाट शाखा ने मोरान के छ लोगों का किया विशेष अभिनंदन, उपहार स्वरूप तिरंगा किया भेंट
मायुमं की मोरानहाट शाखा ने मोरान के छ लोगों का किया विशेष अभिनंदन, उपहार स्वरूप तिरंगा किया भेंट...
ಕಾಂಕ್ರೀಟ್ ರಸ್ತೆ ಕಾಮಗಾರಿಗೆ ಶಾಸಕರಿಂದ ಚಾಲನೆ
ಬೆಂಗಳೂರು : ದಾಸರಹಳ್ಳಿ ವಿಧಾನಸಭಾ ಕ್ಷೇತ್ರದ ಹೆಗ್ಗನಹಳ್ಳಿ ವಾರ್ಡ್ ಶಿವಾನಂದ ನಗರದಲ್ಲಿ ಕಾಂಕ್ರೀಟ್ ರಸ್ತೆ...