Asia Cup ২০২২ ৰ আজি সন্দিয়া ৭.৩০ মিনিটত আৰম্ভ হব ক্ৰিকেট জগতৰ সকলোতকৈ ৰোমাঞ্চকৰ মেচখন। ডুবাই আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হব লগীয়া মেচখনক লৈ দুই দেশৰ ক্ৰিকেট প্ৰেমিৰ মাজত উচ্চাহ আৰু উৎকণ্ঠাৰে ভৰি পৰিছে। T20 ফৰ্মেটত হব লগীয়া Asia Cup ৰ পাকিস্তানদলৰ নেতৃত্ব T20 ৰেংকিঙৰ শীৰ্ষৰ খেলুৱৈ বাবৰ আজমৰ হাতত। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত কোন সকল খেলুৱৈ খেল পথাৰত নামে ই আকৰ্ষণীয় হব। তদুপৰি বিৰাট কোহলিৰ ফৰ্ম ও আজিৰ মেচৰ আকৰ্ষণ লক্ষ্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાંકરેજના કસલપુરામાં સાપે દંશ મારતાં યુવતીનું મોત
કાંકરેજના કસલપુરા ગામે યુવતી ગુરૂવારે ખેતરમાં પશુઓ માટે ઘાસચારો લેવા ગઇ હતી. ત્યારે સાપે દંશ...
UP Politics: नजूल भूमि बिल पर अपनी ही सरकार में घिरे CM Yogi, BJP विधायकों ने ही उठाए सवाल | Aaj Tak
UP Politics: नजूल भूमि बिल पर अपनी ही सरकार में घिरे CM Yogi, BJP विधायकों ने ही उठाए सवाल | Aaj Tak
Karhal By Election Result: बड़ी जीत की ओर सपा के Tej Pratap Yadav | BJP | UP Politics | Aaj Tak
Karhal By Election Result: बड़ी जीत की ओर सपा के Tej Pratap Yadav | BJP | UP Politics | Aaj Tak