মঙ্গলবাৰে তিনিচুকীয়াৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত সমাগত দুৰ্গা পূজা উপলক্ষে তিনিচুকীয়াৰ বিভিন্ন পূজা সমিতিসমূহৰ সৈতে জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।
সমাগত দুৰ্গা পূজা উপলক্ষে তিনিচুকীয়াৰ বিভিন্ন পূজা সমিতিসমূহৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক


