Asia Cup ২০২২ ৰ আজি সন্দিয়া ৭.৩০ মিনিটত আৰম্ভ হব ক্ৰিকেট জগতৰ সকলোতকৈ ৰোমাঞ্চকৰ মেচখন। ডুবাই আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হব লগীয়া মেচখনক লৈ দুই দেশৰ ক্ৰিকেট প্ৰেমিৰ মাজত উচ্চাহ আৰু উৎকণ্ঠাৰে ভৰি পৰিছে। T20 ফৰ্মেটত হব লগীয়া Asia Cup ৰ পাকিস্তানদলৰ নেতৃত্ব T20 ৰেংকিঙৰ শীৰ্ষৰ খেলুৱৈ বাবৰ আজমৰ হাতত। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত কোন সকল খেলুৱৈ খেল পথাৰত নামে ই আকৰ্ষণীয় হব। তদুপৰি বিৰাট কোহলিৰ ফৰ্ম ও আজিৰ মেচৰ আকৰ্ষণ লক্ষ্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
योमे आशूरा पर लगाएपांच पाम ट्री
बूंदी। शहर में स्थित हनीफ शाह की दरगाह पर बुधवार योमे आशूरा के दिन पंजतन की निस्बत से पार्षद...
ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যান দিৱস উৎযাপন
ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যান দিৱস উৎযাপন ।
জিলা প্ৰশাসনৰ কৰ্মচাৰী পল্লৱী তামুলী...
TVS Share News: 2000 के पार Stock, ऐसा क्या हुआ जो शेयर में आ रही है इतनी तेजी? | Business News
TVS Share News: 2000 के पार Stock, ऐसा क्या हुआ जो शेयर में आ रही है इतनी तेजी? | Business News
Kajol thinks she looks like daughter Nysa Devgan in this AI-generated image, Twitter user says she resembles Tabu more
Celebrities are no stranger to artificial intelligence (AI). Everyone from Bruce Willis, Will...