সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱৰ বাবেই এতিয়া বিপাঙত পৰিছে জনসাধাৰণ। বৃহত্তৰ বৰহাট অঞ্চলৰ ৫২ খন ৰাজহ গাঁৱৰ হাজাৰ হাজাৰ লোকৰ প্ৰাথমিক চিকিৎসাৰ একমাত্ৰ ভৰসাৰস্থল বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মাত্ৰ এগৰাকী অস্থায়ী চিকিৎসক থকাৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে জনসাধাৰণে। আনহাতে কোনো কোনো সময়ত চিকিৎসাৰ বাবে অহা লোকসকলে চিকিৎসকৰ অভাৱৰ বাবে বিনা চিকিৎসাৰেই উভতি যাবলগীয়া হয় ঘৰলৈ। ইয়াৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সদস্য তথা স্থানীয় ৰাইজে অতিশীঘ্ৰেই স্থায়ী চিকিৎসক নিযুক্তিৰ দাবী উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રમુખસ્વામી મહારાજની જન્મજયંતિ@live24newsgujarat
પ્રમુખસ્વામી મહારાજની જન્મજયંતિ@live24newsgujarat
ધારી તુલસીશ્યામ હાઈવે ની હાલત બનતી જાય છે ખખડધજ.. ખાડાઓ મસમોટા
બે વરસમાં રોડનુ કચ્ચરઘાણ
সাংবাদিক পৰিষদ হোজাই জিলাই গোৰেশ্বৰৰ সাংবাদিক ৰঞ্জিত ৰাজবংশী যুৱ সাংবাদিকতা বঁটা ২০২২’’ বঁটা প্ৰদান
সাংবাদিক পৰিষদ হোজাই জিলাই গোৰেশ্বৰৰ সাংবাদিক ৰঞ্জিত ৰাজবংশী যুৱ সাংবাদিকতা বঁটা...
केजरीवाल की न्यायिक हिरासत का आखिरी दिन:आज राउज एवेन्यू कोर्ट में CBI की चार्जशीट का जवाब दाखिल करना होगा
शराब नीति मामले से जुड़े CBI केस में CM अरविंद केजरीवाल की न्यायिक हिरासत आज खत्म हो रही है। 3...