সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱৰ বাবেই এতিয়া বিপাঙত পৰিছে জনসাধাৰণ। বৃহত্তৰ বৰহাট অঞ্চলৰ ৫২ খন ৰাজহ গাঁৱৰ হাজাৰ হাজাৰ লোকৰ প্ৰাথমিক চিকিৎসাৰ একমাত্ৰ ভৰসাৰস্থল বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মাত্ৰ এগৰাকী অস্থায়ী চিকিৎসক থকাৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে জনসাধাৰণে। আনহাতে কোনো কোনো সময়ত চিকিৎসাৰ বাবে অহা লোকসকলে চিকিৎসকৰ অভাৱৰ বাবে বিনা চিকিৎসাৰেই উভতি যাবলগীয়া হয় ঘৰলৈ। ইয়াৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সদস্য তথা স্থানীয় ৰাইজে অতিশীঘ্ৰেই স্থায়ী চিকিৎসক নিযুক্তিৰ দাবী উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Live : Uddhav Thackeray की Eknath Shinde धनुष्यबाण आणि पक्षप्रमुख पदाचं काय होणार? Shiv Sena Symbol
Live : Uddhav Thackeray की Eknath Shinde धनुष्यबाण आणि पक्षप्रमुख पदाचं काय होणार? Shiv Sena Symbol
विदेशमंत्री जयशंकर तीन दिवसीय इटली दौरे पर जाएंगे:G7 देशों के विदेशमंत्रियों की बैठक में हिस्सा लेगें; जून में PM मोदी ने किया था दौरा
विदेशमंत्री एस जयशंकर आज तीन दिवसीय दौरे के लिए इटली रवाना होंगे । 24 से 26 नवंबर तक चलने वाले इस...
सर्प दंश मामले को लेकर जिला कलेक्टर ने दिए ये निर्देश, देखे...
बूंदी: जिला स्वास्थ्य समिति की बैठक शुक्रवार को अतिरिक्त जिला कलक्टर घनश्याम शर्मा की अध्यक्षता...
લમ્પી રોગ સામે એક જ દિવસમાં રિઝલ્ટ આપતી દિવ્ય વનસ્પતિ || lumpy virus
લમ્પી રોગ સામે એક જ દિવસમાં રિઝલ્ટ આપતી દિવ્ય વનસ્પતિ || lumpy virus