দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাগুৰমাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যা কাণ্ড । স্থানীয় ৰাইজৰ অভিযোগ মতে , গাওঁ খনৰ জাকিৰ হুছেইনৰ পত্নীয়ে দীৰ্ঘ দিনৰ পৰাই জড়িত হৈ আছিল পৰকীয়া প্ৰেমত । পত্নীৰ পৰকীয়া প্ৰেমক বাধা প্ৰদান কৰাত স্বামী পত্নীৰ মাজত সৃষ্টি হয় কাজিয়াৰ । বৃহস্পতিবাৰে পুৱা কাজিয়াই ভয়ংকৰ ৰূপ লয় । তাৰ পিছতেই স্বামীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়ে পত্নী আহেলা খাতুনে । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ধূলা আৰক্ষীক খবৰ দিয়ে । উক্ত খবৰৰ ভিত্তিত ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয়ৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে পত্নী আহেলা খাতুনক থানালৈ লৈ যায় । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । হত্যাকৰী পত্নীৰ শাস্তি বিচাৰি আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে গাঁওবাসীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ફોટોગ્રાફર એસોસિયન ગાંધીનગર દ્વારા ફોટોશોપ અને લાઈટરૂમ ના વર્કશોપનું આયોજન કરવામાં આવ્યું
ફોટોગ્રાફર એસોસિયન ગાંધીનગર દ્વારા ફોટોશોપ અને લાઈટરૂમ ના વર્કશોપનું આયોજન કરવામાં આવ્યું
Rahul Gandhi Ravan Poster: भाई राहुल का पोस्टर देख भड़कीं बहन Priyanka Gandhi,BJP पर किया पलटवार
Rahul Gandhi Ravan Poster: भाई राहुल का पोस्टर देख भड़कीं बहन Priyanka Gandhi,BJP पर किया पलटवार
যোৰহাটত শিক্ষক দিৱস উদযাপন
◆সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো আজি জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ,যোৰহাটৰ উদ্যোগত স্বাধীন ভাৰতৰ প্ৰথম...