কাশ্মীৰত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি শোণিতপুৰৰ বালিপৰালৈ তিনিটাকৈ পদক কঢ়িয়াই অনা তিনি যুৱকক বালিপৰাত জনোৱা হয় উষ্ম আদৰণী | বালিপৰা ফিজিক জিমনেজিয়ামৰ উদ্যোগত বালিপৰা কেন্দ্ৰস্হলত তিনিখেলুৱৈ ক্ৰমে অভয় দাস , হিতেশ ডেকা আৰু অমিত বৈশ্যই দুটা চিলভাৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম কঢ়িয়াই অনাত গামোচা , জাপি ,ফুলৰ থোপাৰে আদৰণী জনাই জিমনেজিয়ামৰ সদস্যসকলৰ লগতে স্হানীয় ৰাইজে | লগতে তিনি খেলুৱৈক লৈ এক পদযাত্রাও উলিয়াই বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তোলে বালিপৰাৰ চৌদিশ |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*डॉ कृष्णा चौहान मुम्बई के वाईबी चव्हाण सेंटर में मुम्बई अचीवर्स एक्सीलेंस अवार्ड 2023 से सम्मानित*
कृष्णा चौहान फाउंडेशन KCF के नेशनल प्रेसिडेंट, निर्माता निर्देशक और मुम्बई में अवार्ड समारोह के शो मैन डॉ कृष्णा चौहान को मुम्बई के वाईबी चव्हाण सेंट
*डॉ कृष्णा चौहान मुम्बई के वाईबी चव्हाण सेंटर में मुम्बई अचीवर्स एक्सीलेंस अवार्ड 2023 से...
संत पीपाजी दर्जी समाज की आम मीटिंग का हुआ आयोजन ,लिए गए निर्णय
सरदारपुर स्थित संत श्री पीपाजी मंदिर में पीपा क्षत्रिय समाज कार्यकरणी की मीटिंग का आयोजन अध्यक्ष...
বিহপুৰীয়া সমষ্টিত শালিধানৰ খেতিত নামিছে বিধায়ক অমিয় কুমাৰ ভূঞা
বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা নামিছে শালি ধানৰ খেতি কৰিবলৈ ৷ সমষ্টিভিত্তিত গঠন কৰা বীৰ...
लाल टोपी की शान रखना दलालों से बचकर रहें अखिलेश यादव
उत्तर प्रदेश लखनऊ में,लाल टोपी की शान रखना दलालों से बचकर रहें अखिलेश यादव। मालूम होकि जनपद लखनऊ...