নলবাৰী জিলাৰ অন্তৰ্গত দেহাৰকুছি গাওঁ পঞ্চায়ত এলেকাধীন দেহাৰকুছি গাওঁ নিবাসী তথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী মুনীন্দ্ৰ শৰ্মা(পুতুল)ৰ মংগলবাৰে দিনৰ ভাগত গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ৷তেওঁৰ মৃত্যুৰ খৱৰ পোৱাৰ পিচতে অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷অৱশেষত সন্ধিয়া পৰত তেওঁৰ নশ্বৰদেহ অজস্ৰ গুনমুগ্ধৰ উপস্থিতিত সৎকাৰ কৰে৷তেওঁৰ মৃত্যুত অঞ্চলটোৰ দল সংগঠনেে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: UP By Elections में जीत PM Modi के नेतृत्व पर मुहर- CM Yogi Adityanath
Breaking News: UP By Elections में जीत PM Modi के नेतृत्व पर मुहर- CM Yogi Adityanath
પાવીજેતપુર તાલુકાના કદવાલ વિસ્તારમાંથી પોલીસે ૧૫,૧૭૦૦૦/- ની ૩૪ બાઈકો સાથે ૩ ઇસમોની કરેલી ધરપકડ
છોટાઉદેપુર જિલ્લા પોલીસ તથા વડોદરા ગ્રામ્ય જિલ્લા પોલીસની સંયુકત કામગીરી દ્વારા ગુજરાત રાજ્યના...
नागपुरात बाप्पांच्या आगमनाचे जल्लोष बघाच | Nagpur Ganpati Grand Welcome
नागपुरात बाप्पांच्या आगमनाचे जल्लोष बघाच | Nagpur Ganpati Grand Welcome
લાઇબ્રેરી ફેસ્ટિવલ ની ઉજવણી કરાઈ
જ્યોતિ હાઈસ્કૂલ, ખેડબ્રહ્મા..લાઇબ્રેરી ફેસ્ટિવલ ઉજવણી.
સંત શ્રી નથુરામ બાપા જ્યોતિ વિદ્યાલય...