কোৱা হয় সবকা সাথ, সবকা বিকাশ । এইয়া BJP চরকাৰৰ শ্লগান । কিন্তু প্ৰকৃতাৰ্থত সফল হৈছে নে BJP চৰকাৰৰ শ্লগান সবকা সাথ, সবকা বিকাশ, তেন্তে চাওঁ আহক BJP চৰকাৰ উন্নয়নত প্ৰকৃত নমুনা। দেশে অতিক্ৰম কৰিলে স্বাধীনতার ৮ টা দশক। কিন্তু প্রকৃত উন্নয়নৰ মুখ নেদেলিলে বিশ্বনাথ জিলাৰ গৰৈইগী গাওঁ পঞ্চায়তত্ত কেইবাখনো গাঁওৱে । গৰৈইহাগী পঞ্চায়তৰ ৯ নং আৰু ১০ নং বার্ড, কদমনি গাঁৱও প্রায় ৩০০ ঘৰৰ লোকে দশক দশক ধৰি সন্মুখত মৰণ লৈ বাঁহৰ সাকোৱে কৰি আহিছে বিপদ সংকুল যাতায়ত ।ৰোগীক কান্ধত লৈ চিকিৎসালয়লৈ কঢ়িয়াওতে বাটতে মৃত্যুৰ সম্মুখীন হব লগীয়া হয় আধাবাটতে । আনহাতে, বাহঁৰ সাঁকোৰে শিক্ষানুষ্ঠান লৈ অহা ঘোৱা কৰোতে কদমনি গাওঁবাসীয়ে হেৰুৱাই আহিছে বহুতকেইটা শিশু ।তদুপতি গৰৈহাগী নদীৰ দুর্বল মাথাউৰীৰ ফলত দুটা দশক ধৰি কদমনি বাসীয়ে বানৰ কবলত পৰিছে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় বৃহৎ সেতি পথা ।কদমনি গাওঁবাসীক জলসিঞ্চনৰ নামটো কণা হাঁহক পতান দি আহিছে চৰকাৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आजपासून हिवाळी अधिवेशनाला सुरुवात
आजपासून संसदेच्या हिवाळी अधिवेशनाला सुरुवात होणार आहे. 07 डिसेंबर ते 29 डिसेंबर या कालावधीत...
સગીરાને બદકામ કરવાના ઇરાદે ભગાડી જનારા યુવાન વિરુદ્ધ પોક્સોની ફરિયાદ નોંધાતા ચકચાર
પાટડી પંથકની સગીરાને બદકામ કરવાના ઇરાદે ભગાડી જનારા યુવાન વિરુદ્ધ પોક્સોની ફરિયાદ નોંધાતા ચકચાર...
৩৩তম্ প্ৰতিষ্ঠা দিৱসত উদুলি মুদুলি অকণিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহা
বৰ্ষ ১৯৯৪ৰ ১ জানুৱাৰীত স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ, অসম...
ವಿಧಾನಸಭೆಯ ಉಪ ಸಭಾಪತಿಯಾಗಿ
ಶಾಸಕ ರುದ್ರಪ್ಪ ಲಮಾಣಿ ಆಯ್ಕೆ
ವಿಧಾನಸಭೆಯ ಉಪ ಸಭಾಪತಿಯಾಗಿ ಶಾಸಕ ರುದ್ರಪ್ಪ ಲಮಾಣಿ ಅವಿರೋಧವಾಗಿ ಆಯ್ಕೆಯಾದರು.
Union Home Minister Amit Shah arrived at Chennai airport.
Union Home Minister Amit Shah arrived at Chennai airport.