কোৱা হয় সবকা সাথ, সবকা বিকাশ । এইয়া BJP চরকাৰৰ শ্লগান । কিন্তু প্ৰকৃতাৰ্থত সফল হৈছে নে BJP চৰকাৰৰ শ্লগান সবকা সাথ, সবকা বিকাশ, তেন্তে চাওঁ আহক BJP চৰকাৰ উন্নয়নত প্ৰকৃত নমুনা। দেশে অতিক্ৰম কৰিলে স্বাধীনতার ৮ টা দশক। কিন্তু প্রকৃত উন্নয়নৰ মুখ নেদেলিলে বিশ্বনাথ জিলাৰ গৰৈইগী গাওঁ পঞ্চায়তত্ত কেইবাখনো গাঁওৱে । গৰৈইহাগী পঞ্চায়তৰ ৯ নং আৰু ১০ নং বার্ড, কদমনি গাঁৱও প্রায় ৩০০ ঘৰৰ লোকে দশক দশক ধৰি সন্মুখত মৰণ লৈ বাঁহৰ সাকোৱে কৰি আহিছে বিপদ সংকুল যাতায়ত ।ৰোগীক কান্ধত লৈ চিকিৎসালয়লৈ কঢ়িয়াওতে বাটতে মৃত্যুৰ সম্মুখীন হব লগীয়া হয় আধাবাটতে । আনহাতে, বাহঁৰ সাঁকোৰে শিক্ষানুষ্ঠান লৈ অহা ঘোৱা কৰোতে কদমনি গাওঁবাসীয়ে হেৰুৱাই আহিছে বহুতকেইটা শিশু ।তদুপতি গৰৈহাগী নদীৰ দুর্বল মাথাউৰীৰ ফলত দুটা দশক ধৰি কদমনি বাসীয়ে বানৰ কবলত পৰিছে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় বৃহৎ সেতি পথা ।কদমনি গাওঁবাসীক জলসিঞ্চনৰ নামটো কণা হাঁহক পতান দি আহিছে চৰকাৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આઝાદી કા અમૃત મહોત્સવ અંતર્ગત
જાફરાબાદના ફાચરીયા ગામે CSPC સેન્ટર દ્વારા "વન ડે કેમ્પેઇન" આયોજન કરવામાં આવ્યું
રાજુલા (કોસ્ટલ સેલીનિટી પ્રિવેન્શન) CSPC દ્વારા જાફરાબાદના ફાચરીયા ગામે સ્વચ્છતા હી સેવા...
Weak Global Cues | Opening Bell: 19544 के करीब Nifty, इस गिरावट में कहीं जारी है Buy के मौके?
Weak Global Cues | Opening Bell: 19544 के करीब Nifty, इस गिरावट में कहीं जारी है Buy के मौके?
Harshada Sawant के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
Harshada Sawant के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
કાંકરેજ તાલુકાના અસાલડી ડીપ માં નાહવા પડેલ યુવાન નું મોત નીપજ્યું
કાંકરેજ તાલુકાના અસાલડી ડીપ માં નાહવા પડેલ યુવાન નું મોત નીપજ્યું