দ-চমুৱা বিলত অঞ্চলত মীন প্ৰকল্প গঢ়িবলৈ বিধায়িকা অজন্তা নেওগে আৱন্টন দিছিল ২৫ লাখ টকা। ২৫ লাখ টকাৰ প্ৰকল্প এতিয়া ২৫ কোটিলৈ ৰূপান্তৰ হ'ব লাগিছিল।কিন্তু ৰাইজে কাম নকৰাৰ বাবে সেই টকা অবাবত নষ্ট হ'ল।ৰাইজে কেৱল চৰকাৰক দোষিলে নহ'ব।সেয়েহে পৰৱৰ্তী সময়ত কোনো ধন ৰাইজৰ বাবে মুকলাই দিয়াৰ আগত বিধায়িকা গৰাকীয়ে চিন্তা কৰি ল'ব বুলি মন্তব্য কৰে।কিয়নো টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি!
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
টিংখাঙত মন্ত্ৰী বিমল বৰা অংশগ্ৰহণেৰে সজাগতা মূলক ত্ৰিৰংগা পতাকা প্ৰদৰ্শন শুভাযাত্ৰা
টিংখাঙত মন্ত্ৰী বিমল বৰা অংশগ্ৰহণেৰে সজাগতা মূলক ত্ৰিৰংগা পতাকা প্ৰদৰ্শন শুভাযাত্ৰা। দেশৰ...
Election 2024: Arunachal Pradesh में Congress पर बरसे PM Modi, कहा- सीमा के गांवो को नजरअंदाज किया
Election 2024: Arunachal Pradesh में Congress पर बरसे PM Modi, कहा- सीमा के गांवो को नजरअंदाज किया
৩,৭৮,০০০ ছাত্ৰ-ছাত্ৰীক চৰকাৰে দিব চাইকেল সংবাদমেলযোগে ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
🔴 ৩,৭৮,০০০ ছাত্ৰ-ছাত্ৰীক চৰকাৰে দিব চাইকেল।
🔴 সংবাদমেলযোগে ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
🔴...
North East Delhi सांसद Manoj Tiwari ने Arvind Kejriwal को लेकर कहा-आपके पास डिपार्टमेंट ही नहीं...
North East Delhi सांसद Manoj Tiwari ने Arvind Kejriwal को लेकर कहा-आपके पास डिपार्टमेंट ही नहीं...