সচৰাচৰ ৰাইজে বিধায়কৰ খতিয়ান লয়,কিন্তু আজি বিধায়িকাই ল'লে ৰাইজৰ কামৰ খতিয়ান।গোলাঘাটৰ কৃষিপ্ৰধান অঞ্চল আইতনীয়া মিৰিগাঁৱৰ দ-চমুৱা বিলত অঞ্চলত মীন প্ৰকল্প গঢ়িবলৈ বিধায়িকা অজন্তা নেওগে আৱন্টন দিছিল ২৫ লাখ টকা।কিন্তু ৰাইজে সেই টকাৰে মীন পালনৰ কোনো কাম নকৰিলে।বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ মতে সেই ২৫ লাখ টকাৰ প্ৰকল্প এতিয়া ২৫ কোটিলৈ ৰূপান্তৰ হ'ব লাগিছিল।কিন্তু ৰাইজে কাম নকৰাৰ বাবে সেই টকা অবাবত নষ্ট হ'ল।ৰাইজে কেৱল চৰকাৰক দোষিলে নহ'ব।সেয়েহে পৰৱৰ্তী সময়ত কোনো ধন ৰাইজৰ বাবে মুকলাই দিয়াৰ আগত বিধায়িকা গৰাকীয়ে চিন্তা কৰি ল'ব বুলি মন্তব্য কৰে।কিয়নো টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি!
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુનાગઢ શા માટે સ્વચ્છતા અભિયાનમાં પાછળ, તંત્રની બેદરકારી કે ખુલ્લો દોર? તેવા સવાલો ઉઠવા પામ્યા
જુનાગઢ શા માટે સ્વચ્છતા અભિયાનમાં પાછળ, તંત્રની બેદરકારી કે ખુલ્લો દોર? તેવા સવાલો ઉઠવા પામ્યા
ભાદરવી પૂનમ-૨૦૨૨ મહામેળા દરમિયાન પોલીસની સરાહનીય કામગીરી,સિનિયર સિટીઝનની તબિયત નાદુરસ્ત થતાં 51 શક્તિપીઠ સર્કલથી પોલીસ વાનમાં બેસાડી હોસ્પિટલ પહોંડયા.
અંબાજી મેળા માં સૌથી શ્રેષ્ટ કામગીરી હાલ પોલિશ મિત્રો કરો રહ્યા છે મેળા માં સતત નાઈટ બંધોબસ્ત ની...
चावल, चीनी पर अचानक लगाए गए निर्यात प्रतिबंध से मलेशिया परेशान, भारत से कही ये बात
नई दिल्ली। मलेशियाई बागान और वस्तु मंत्री ने गुरुवार को कहा कि मलेशिया ने भारत से चावल और...
শ্ৰীশ্ৰী দুৰ্গা পূজাৰ মহা নৱমীৰ শুভ দিনটোত কাকপথাৰৰ দুৰ্গা পুজা স্থলীত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ বিধায়ক বলিন চেতিয়াৰ
শ্ৰীশ্ৰী দুৰ্গা পূজাৰ মহা নৱমীৰ শুভ দিনটোত কাকপথাৰৰ দুৰ্গা পুজা স্থলীত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ...