ঢকুৱাখনাত শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থলী তাকাৰচুকত যি বিজেপিৰ চাৰি কৰ্মীক মাৰপিতৰ ঘটনা হৈছিল তাক লৈ মিছিং জনগোষ্ঠীয় সংগঠন TMPK আৰু শাসকীয় বিজেপি দলৰ মাজত বিবাদ চলি থকাৰ মাজতে কালি TMPK ৰ কেন্দ্ৰীয় সম্পাদক তিলক দলেই ঢকুৱাখনাত আহি বিধায়ক নৱ কুমাৰ দলেক মূল আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত আজি ঢকুৱাখনা জিলা বিজেপিয়ে এক সাংবাদমেলৰ জৰিয়তে তেওঁলোকক প্রত্যাক্ৰমন কৰে। এইক্ষেত্ৰত যিসকল দোষী ব্যক্তি তেওঁলোকৰ অতি শ্ৰীঘে ঢকুৱাখনা আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ইফালে ঢকুৱাখনাৰ স্বাৰ্থত তেওঁলোকক অৰাজনৈতিক সংগঠনৰ দৰে কাম কৰি যাবলৈ আজি সংবাদমেল খনত জিলা বিজেপিয়ে লগতে আহ্বাব জনায়।।
ঢকুৱাখনাত জিলা বিজেপিৰ সংবাদমেল || ঢকুৱাখনাত TMPK- BJP ৰ সংঘাতৰ পাছতে TMPK ছাত্ৰ সংগঠন নে ৰাজনৈতিক সংগঠন সেয়া স্পষ্ট কৰিবলৈ আহ্বান ঢকুৱাখনা জিলা বিজেপিৰ || ঢকুৱাখনাৰ উন্নয়নৰ স্বাৰ্থত বিভাজনৰ ৰাজনীতি ত্যাগ কৰিবলৈ আহ্বান TMPK ক
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_18745541a7d37710396b75de23daef7c.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)