ঢকুৱাখনাত শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থলী তাকাৰচুকত যি বিজেপিৰ চাৰি কৰ্মীক মাৰপিতৰ ঘটনা হৈছিল তাক লৈ মিছিং জনগোষ্ঠীয় সংগঠন TMPK আৰু শাসকীয় বিজেপি দলৰ মাজত বিবাদ চলি থকাৰ মাজতে কালি TMPK ৰ কেন্দ্ৰীয় সম্পাদক তিলক দলেই ঢকুৱাখনাত আহি বিধায়ক নৱ কুমাৰ দলেক মূল আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত আজি ঢকুৱাখনা জিলা বিজেপিয়ে এক সাংবাদমেলৰ জৰিয়তে তেওঁলোকক প্রত্যাক্ৰমন কৰে। এইক্ষেত্ৰত যিসকল দোষী ব্যক্তি তেওঁলোকৰ অতি শ্ৰীঘে ঢকুৱাখনা আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ইফালে ঢকুৱাখনাৰ স্বাৰ্থত তেওঁলোকক অৰাজনৈতিক সংগঠনৰ দৰে কাম কৰি যাবলৈ আজি সংবাদমেল খনত জিলা বিজেপিয়ে লগতে আহ্বাব জনায়।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજુલામાં સંત શ્રી પૂજ્ય લાલાબાપા ની તિથિ ઉજવાશે
મોચી સમાજ ના સંત પરમ પૂજ્ય શ્રી લાલાબાપા ની તિથિ આગામી ૧૨ એપ્રિલ ના રોજ છે. ત્યારે તેના અનુસંધાને...
মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত বালিৰে নিৰ্মাণ কৰা হৈছে লাচিত বৰফুকন
মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত বালিৰে নিৰ্মাণ কৰা হৈছে লাচিত বৰফুকন । #majuli #lachit borphukan
केरोसीन परवाना धारकांना सोबत घेऊन कार्य करणार - ॲड.विकास जोगदंड
बीड (प्रतिनिधी) गेल्या तीन वर्षापासुन केरोसीन नियतन स्थगीत करण्यात आल्यामुळे राज्यातील सुमारे सात...