গোলাঘাটত মন্ত্ৰী অজন্তা নেওগে সখী এক্সপ্ৰেছৰ অধীনত আজি পদুমণি পুৱ উন্নয়ণ খণ্ড প্ৰেক্ষাগৃহত বিভিন্ন বিভাগৰ ৩৮ গৰাকী সখী কৰ্মীক স্কুটি প্ৰদান কৰে ।