আজি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিক সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু টিংখাং আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে নিজ বাসভৱনত সাক্ষাৎ কৰে । লগতে বিভিন্ন দাবীসম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰি সুহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় সদৌ অসম ক্ষুদ্ৰ চাহ খেতিক সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু টিংখাং আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল। উক্ত আলোচনাৰ সময়ছোৱাত মন্ত্ৰী গৰাকীয়ে "চেছ পলিছি"ৰ ওপৰত আলোচনা কৰে সন্থাৰ বিষয়ববীয়া সকলৰ সতে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভাৰতৰ মুখ্য ন্যায়াধীশৰ উদ্ধৃতি দি মিছাকৈ প্ৰচাৰিত হৈ থকা ছ’চিয়েল মিডিয়াত এটা পোষ্ট সন্দৰ্ভত সতৰ্ক কৰি দিছে উচ্চতম ন্যায়ালয়ে।
এই ভুৱা পোষ্টটোত কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জনসাধাৰণক আমন্ত্ৰণ জনাই ভুৱা উক্তিৰে চি জে...
MCN NEWS| विशेष पोलीस महानिरीक्षक डॉ.ज्ञानेश्वर चव्हाण यांची वैजापूर पोलीस ठाण्यास अचानक भेट
MCN NEWS| विशेष पोलीस महानिरीक्षक डॉ.ज्ञानेश्वर चव्हाण यांची वैजापूर पोलीस ठाण्यास अचानक भेट
રાધનપુર સાંતલપુર ની નર્મદા કેનાલો માં સફાઈ તેમજ રીપેરીંગ કામમાં ભ્રષ્ટાચાર ની બૂમરાડ..
રાધનપુર-સાંતલપુર માં ગુણવત્તા વગર ના કામ ને લઈ નર્મદા ની કેનાલો ટુટી જવાની અને કેનાલો ની સાફ સફાઈ...
इस्कॉन बूंदी श्री जगन्नाथ रथ यात्रा समिति द्वारा चलाए जा रहे रथ यात्रा प्रचार अभियान
इस्कॉन बूंदी श्री जगन्नाथ रथ यात्रा समिति द्वारा चलाए जा रहे रथ यात्रा प्रचार अभियान की श्रृंखला...
સાંતલપુર લોદરા બોરૂડા વચ્ચે બે કાર અને બાઈક વચ્ચે ટક્કર | SatyaNirbhay News Channel
સાંતલપુર લોદરા બોરૂડા વચ્ચે બે કાર અને બાઈક વચ્ચે ટક્કર | SatyaNirbhay News Channel