আজি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিক সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু টিংখাং আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে নিজ বাসভৱনত সাক্ষাৎ কৰে । লগতে বিভিন্ন দাবীসম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰি সুহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় সদৌ অসম ক্ষুদ্ৰ চাহ খেতিক সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু টিংখাং আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল। উক্ত আলোচনাৰ সময়ছোৱাত মন্ত্ৰী গৰাকীয়ে "চেছ পলিছি"ৰ ওপৰত আলোচনা কৰে সন্থাৰ বিষয়ববীয়া সকলৰ সতে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিগাঁৱত অনুষ্ঠিত হব ৪৫সংখ্যক সদৌ অসম আন্তঃ জিলা দবা প্ৰতিযোগিতা
অহা ২১ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ মৰিগাঁও মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হব ৪৫ সংখ্যক আন্তঃজিলা দবা...
Tecno Pova 6 Neo 5G Launched: टेक्नो ने लॉन्च किया एक तगड़ा स्मार्टफोन, मिलेगा 108MP कैमरा
टेक्नो ने एक नया 5G फोन Tecno Pova 6 Neo 5G लॉन्च किया है। फोन को कंपनी ने 108MP कैमरा के साथ पेश...
અમદાવાદ : ગર્મીમાં પક્ષીઓ માટે પાણી નું કુંડ નું વિતરણ,INTERNATIONAL HUMAN RIGHTS PROTECTION COUNCIL
અમદાવાદ : ગર્મીમાં પક્ષીઓ માટે પાણી નું કુંડ નું વિતરણ,INTERNATIONAL HUMAN RIGHTS PROTECTION COUNCIL
ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী
ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ স্বাভিমানী নক্ষত্ৰ স্বৰূপ ১৮৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা ঢকুৱাখনা...