আৰিমাৰী গাঁৱৰ ৰাইজে উপায়হীন হৈ নিজেই বাঁহেৰে গৰাখহনীয়া ৰোধৰ চেষ্টা। গাঁৱৰ প্ৰতি ঘৰৰ পৰা বাঁহ আনি ব্যস্ত হৈ পৰিছে নৈক ভেটা দিবলৈ। দৰং জিলাৰ দলগাওঁ বিধান সভা সমষ্টিৰ আৰিমাৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত খেৰনি চাপৰিৰ লোক সকলৰ নিদ্ৰাহৰণ কৰিছে ধনশ্ৰী নৈৰ গৰাখহনীয়াই । যাৰ ফলত ভাবুকি অনা খেৰনি চাপৰি গাঁৱৰ নৈ পৰিয়া ৰাইজে এতিয়া উপায়হীন হৈ একগোট হৈ বাঁহৰ খুটাৰে ভেটা দিয়াত নামি পৰিছে । গাওঁখনৰ প্ৰায় এহেজাৰ বিঘা কৃষি ভূমিৰ লগতে বহু ঘৰ দুৱাৰ নৈত উটি যোৱাত গাঁৱৰ ৰাইজে এতিয়া বিমোৰত পৰি নিজেই হাতে কামে লাগি গৰাখহনীয়া ৰোধ কৰিবলৈ নামিছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক মুজিবুৰ ৰহমানক খহনীয়া ৰোধ কৰিবলৈ কিবা এটা পদক্ষেপ গ্ৰহন কৰিবলৈ গাঁৱৰ ৰাইজে অনুৰোধ জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ED Summons Kejriwal: ‘झूठे केस लगाकर जेल में डाल रहे’, BJP पर भड़कीं AAP नेता | Delhi Liquor Scam
ED Summons Kejriwal: ‘झूठे केस लगाकर जेल में डाल रहे’, BJP पर भड़कीं AAP नेता | Delhi...
સૌરાષ્ટ્ર Express 50 @ 7.30 PM - 07-11-2022@Sandesh News
સૌરાષ્ટ્ર Express 50 @ 7.30 PM - 07-11-2022@Sandesh News
আজি আজমল ফাউণ্ডেচনৰ উদ্যোগত নিবনুৱা সকলক ১০০খন ই ৰিক্সা বিতৰণ
হোজাইত নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ বিস্ফোৰন।বদৰুদ্দিন আজমলৰ মন্তব্য ৰাজ্যত...
সোণাৰিত যাদু কুঁৱৰী বৃষ্টি বন্যা চেতিয়া ফুকনৰ যাদু
পথিকৃৎ গোষ্ঠীৰ উদ্যোগত সোণাৰিত অনুষ্ঠিত হোৱা ২২ সংখ্যক গ্ৰীষ্মকালীন শিশু সমাৰোহত যাদু কুঁৱৰী...
Rajasthan Elections 2023: समझिए क्या Rajasthan में Vasundhara Raje को साइड लाइन कर रही BJP?
Rajasthan Elections 2023: समझिए क्या Rajasthan में Vasundhara Raje को साइड लाइन कर रही BJP?