অসম-মিঞা (অসমীয়া) পৰিষদে যোৱা ২৩ অক্টোবৰত লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দাপকাৰ ভিটা গাঁৱস্থ আলী কমপ্লেক্সত উদ্বোধন কৰিছিল মিঞা মিউজিয়ামটো। মিউজিয়ামটো স্থাপন কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়াৰ। জানিব পৰা মতে মিউজিয়াম গৃহটো প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনৰ আছিল।আজি মিঞা সংগ্ৰহালয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘সংগ্ৰহালয়টোত তেওঁলোকে যি নাঙল ৰাখিছে, সেই নাঙল অসমীয়া মানুহে ব্যৱহাৰ কৰে, আনকি মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীও অসমীয়া সমাজৰ অংগ বুলি অভিহিত কৰে ৷’
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिक्रापूर मध्ये मुलाला शाळेत सोडून जाणाऱ्या महिलेचे दागिने लांबविले
शिक्रापुरात मुलाला शाळेत सोडून जाणाऱ्या महिलेचे दागिने लांबविले
( शिक्रापूर प्रतिनिधी )...
Breaking news: खाई में गिरा वाहन, हादसे में 8 लोगों की मौत, 3 गंभीर रुप से घायल | Nainital | Aaj Tak
Breaking news: खाई में गिरा वाहन, हादसे में 8 लोगों की मौत, 3 गंभीर रुप से घायल | Nainital | Aaj Tak
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
DEESA/ડીસા ત્રણ હનુમાન મંદિર ખાતે ક્ષત્રિય જાગીરદાર સમાજ ની બેઠક યોજાઈ..
DEESA/ડીસા ત્રણ હનુમાન મંદિર ખાતે ક્ષત્રિય જાગીરદાર સમાજ ની બેઠક યોજાઈ..
શ્રી ભગવત ગીતા દિવસ ની ઉજવણી કરવામાં આવી
જય અંબે એજ્યુકેશન ચેરીટેબલ ટ્રસ્ટના પ્રમુખ અને ન્યુ પાર્થ નવોદય તાલીમ વર્ગ સંજેલી - મોરા અને...