আৰিমাৰী গাঁৱৰ ৰাইজে উপায়হীন হৈ নিজেই বাঁহেৰে গৰাখহনীয়া ৰোধৰ চেষ্টা। গাঁৱৰ প্ৰতি ঘৰৰ পৰা বাঁহ আনি ব্যস্ত হৈ পৰিছে নৈক ভেটা দিবলৈ। দৰং জিলাৰ দলগাওঁ বিধান সভা সমষ্টিৰ আৰিমাৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত খেৰনি চাপৰিৰ লোক সকলৰ নিদ্ৰাহৰণ কৰিছে ধনশ্ৰী নৈৰ গৰাখহনীয়াই । যাৰ ফলত ভাবুকি অনা খেৰনি চাপৰি গাঁৱৰ নৈ পৰিয়া ৰাইজে এতিয়া উপায়হীন হৈ একগোট হৈ বাঁহৰ খুটাৰে ভেটা দিয়াত নামি পৰিছে । গাওঁখনৰ প্ৰায় এহেজাৰ বিঘা কৃষি ভূমিৰ লগতে বহু ঘৰ দুৱাৰ নৈত উটি যোৱাত গাঁৱৰ ৰাইজে এতিয়া বিমোৰত পৰি নিজেই হাতে কামে লাগি গৰাখহনীয়া ৰোধ কৰিবলৈ নামিছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক মুজিবুৰ ৰহমানক খহনীয়া ৰোধ কৰিবলৈ কিবা এটা পদক্ষেপ গ্ৰহন কৰিবলৈ গাঁৱৰ ৰাইজে অনুৰোধ জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
G20 Summit के पीछे मोदी ने Trudeau को सुना दिया, कनाडा की मीडिया में क्या छप गया? | Duniyadari E924
G20 Summit के पीछे मोदी ने Trudeau को सुना दिया, कनाडा की मीडिया में क्या छप गया? | Duniyadari E924
મહુવા બીએપીએસ સ્વામિનારાયણ મંદિર ખાતે વિશ્વાસથી વિકાસયાત્રા અંતર્ગત કાર્યક્રમ યોજાયો
મહુવા બીએપીએસ સ્વામિનારાયણ મંદિર ખાતે વિશ્વાસથી વિકાસયાત્રા અંતર્ગત કાર્યક્રમ યોજાયો
DasTak: बारिश के आते ही लापरवाही से होने वाले हादसे की दस्तक | Viral Video | Monsoon 2024 | Aaj Tak
DasTak: बारिश के आते ही लापरवाही से होने वाले हादसे की दस्तक | Viral Video | Monsoon 2024 | Aaj Tak
શુભ યાત્રા સ્વચ્છ યાત્રા અભિયાન અંતર્ગત યાત્રાધામ પાવાગઢ ખાતે એસ.ટી વિભાગ દ્વારા રેલી યોજી સ્વચ્છતા અભિયાન હાથ ધરાયું.
દેશના માનનીય વડાપ્રધાન શ્રી નરેન્દ્ર મોદીજીના સૂત્ર સ્વચ્છ ભારત સ્વસ્થ ભારતના અભિયાન અંતર્ગત...