আজিৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ কমনৱেলথ গেমছ ২০২২।বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ এথলীটৰ ইভেন্ট হ’ল কমনৱেলথ গেমছ।বাৰদিনীয়া বিশ্ববিখ্যাত প্ৰতিযোগিতাখনত অংশ ল’ব অসমৰ ৭ গৰাকী সুযোগ্য সন্তানে। বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা, লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁয়ে অংশ ল’ব এইবাৰৰ কমনৱেলথ গেমছত। ৭০ কিলোগ্রাম লাইট মিডলৱেইট শাখাত লাভলীনা বৰগোহাঁই, ৬৩.৫ কিলোগ্রাম লাইট ৱেলটাৰৱেইট শাখাত শিৱ থাপাই অংশ গ্ৰহণ কৰিব।আনহাতে এছিয়ান গেমছৰ স্বৰ্ণজয়ী হিমা দাসে কমনৱেলথ গেমছত মহিলাৰ ৪×১০০ মিটাৰ ৰীলে দৌৰৰ উপৰি মহিলাৰ ২০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কাৰ নামেৰে হ’ব অসমৰ AIIMS ?
কাৰ নামেৰে হ'ব বা কি নামেৰে হ'ব অসমৰ AIIMS ? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশত ইতিমধ্যে সেৱা...
પરિવર્તન સંકલ્પ સંમેલન’ની તૈયારીને લઈને કોંગ્રેસના નેતાઓએ રીવરફ્રન્ટ મુલાકાતે
#buletinindia #gujarat #ahmedabad
ભજન,ભોજન અને ભાવનો ત્રિવિધ સંગમ કોટિયા
ભજન,ભોજન અને ભાવનો ત્રિવિધ સંગમ કોટિયા ગૌધામ આશ્રમ
લહેરગીરીબાપુનું મહામૃત્યુંજય જાપ અને મહારુદ્ર...
Delhi Gazipur Border पर Kisan Protest रोकने के लिए Delhi Police ने जान लगा दी | Farmers Protest
Delhi Gazipur Border पर Kisan Protest रोकने के लिए Delhi Police ने जान लगा दी | Farmers Protest