আজিৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ কমনৱেলথ গেমছ ২০২২।বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ এথলীটৰ ইভেন্ট হ’ল কমনৱেলথ গেমছ।বাৰদিনীয়া বিশ্ববিখ্যাত প্ৰতিযোগিতাখনত অংশ ল’ব অসমৰ ৭ গৰাকী সুযোগ্য সন্তানে। বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা, লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁয়ে অংশ ল’ব এইবাৰৰ কমনৱেলথ গেমছত। ৭০ কিলোগ্রাম লাইট মিডলৱেইট শাখাত লাভলীনা বৰগোহাঁই, ৬৩.৫ কিলোগ্রাম লাইট ৱেলটাৰৱেইট শাখাত শিৱ থাপাই অংশ গ্ৰহণ কৰিব।আনহাতে এছিয়ান গেমছৰ স্বৰ্ণজয়ী হিমা দাসে কমনৱেলথ গেমছত মহিলাৰ ৪×১০০ মিটাৰ ৰীলে দৌৰৰ উপৰি মহিলাৰ ২০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हफ्तेखोरीला कंटाळून त्यांनी थेट CM शिंदेंनाच लिहीलं पत्र ! | Kalyan Dombivli Municipal Corporation
हफ्तेखोरीला कंटाळून त्यांनी थेट CM शिंदेंनाच लिहीलं पत्र ! | Kalyan Dombivli Municipal Corporation
लो खत्म हुआ इंतजार! Samsung का 6000mAh बैटरी फोन Galaxy F15 5G इस दिन हो रहा लॉन्च
सैमसंग अपने भारतीय ग्राहकों के लिए एक नया फोन लॉन्च करने जा रहा है। जी हां हम यहां Galaxy F15 5G...
Rahul Gandhi की 'Bharat Jodo Nyay Yatra' में भाग लेंगे Jharkhand New CM Champai Soren | Aaj Tak
Rahul Gandhi की 'Bharat Jodo Nyay Yatra' में भाग लेंगे Jharkhand New CM Champai Soren | Aaj Tak
মাজুলীত ৭৬তম স্বাধীনতা দিৱস উদযাপন সম্পৰ্কত ৰাজহুৱা সভা
আজি মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অহা ১৫ আগষ্ট ,2022 ত এদিনীয়া কায্যসূচীৰে ৭৬তম...
જૂનાગઢમાં ઑનલી ઇન્ડીયન દ્વારા તૂટેલી રેલીંગ રીપેરીંગ કરવા માટે જૂનાગઢ મહાનગપાલિકા કમિશ્નરને કરી રજુઆત
જૂનાગઢ ઝાંઝરડારોડ તરફ જતા રેલવે અન્ડર બ્રિજ પાસે ખુલ્લી ગટરની તૂટેલી રેલીંગ સત્વરે રીપેરીંગ કરવા...