ছাত্ৰীলৈ অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদৰ কৰাৰ পিছতেই নিলম্বন উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া। এই কথা সদৰী কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ সংগঠনে অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ক অনুৰোধ কৰাৰ পিছতেই নিলম্বন কৰা হয় অধ্যক্ষগৰাকীক। উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষগৰাকীক ১৫ দিনৰ বাবে নিলম্বন কৰে।ইফালে, বিমান চন্দ্ৰ চেতিয়াৰ বিষয়টো সমাধান নোহোৱা পৰ্যন্ত ৰঞ্জন কুমাৰ বৰাক মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু ডিডিঅ’ হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰতিবেদন অনুসৰি জিলা ছাত্ৰ সন্থাই অধ্যক্ষৰ প্ৰতিমূৰ্তিও দাহ কৰি নিলম্বনৰ লগতে চেতিয়াক গ্ৰেপ্তাৰৰ দাবী জনাইছিল। ইয়াৰ পূৰ্বে টুইটাৰত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জানিবলৈ দি কয় যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ জৰুৰী তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো গুৰুজনাৰ তিৰোভাৱ তিথি পালন
ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো গুৰুজনাৰ তিৰোভাৱ তিথি পালন
बापूनगर के पटाखा बाजार में अज्ञात कारणों से पटाखों के दो गोदामों में आग लगने से अफरातफरी मच गई.
बापूनगर के पटाखा बाजार में अज्ञात कारणों से पटाखों के दो गोदामों में आग लगने से अफरातफरी मच गई....
કાંકરેજ તાલુકાના રતનગઢ ગામની રીંકલબેન ચૌધરીએ બેઝિક સાયન્સ એન્ડ હયુમેનિટીઝ ફેકલ્ટી (બેઝિક સાયન્સ)માં
કાંકરેજ તાલુકાના રતનગઢ ગામની રીંકલબેન ચૌધરીએ બેઝિક સાયન્સ એન્ડ હયુમેનિટીઝ ફેકલ્ટી (બેઝિક સાયન્સ)માં
गोरखपुर के गोला बाजार में लगी भयंकर आग, छह घंटे में किया गया काबू, लाखों रुपये का हुआ नुकसान
गोरखपुर जिले के गोला कस्बे में स्थित गुप्ता कॉम्प्लेक्स में सुबह भीषण आग लग गई। आग लगने का कारण...
50MP क्वाड कैमरा और 12GB तक रैम के साथ लॉन्च हुआ दमदार फ्लिप स्मार्टफोन Huawei Pocket 2, जानिए कीमत और खूबियां
Huawei Pocket 2 स्मार्टफोन होम मार्केट चीन में लॉन्च हो चुका है। हुवावे का यह फोन 50MP क्वाड रियर...