ছাত্ৰীলৈ অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদৰ কৰাৰ পিছতেই নিলম্বন উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া। এই কথা সদৰী কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ সংগঠনে অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ক অনুৰোধ কৰাৰ পিছতেই নিলম্বন কৰা হয় অধ্যক্ষগৰাকীক। উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষগৰাকীক ১৫ দিনৰ বাবে নিলম্বন কৰে।ইফালে, বিমান চন্দ্ৰ চেতিয়াৰ বিষয়টো সমাধান নোহোৱা পৰ্যন্ত ৰঞ্জন কুমাৰ বৰাক মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু ডিডিঅ’ হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰতিবেদন অনুসৰি জিলা ছাত্ৰ সন্থাই অধ্যক্ষৰ প্ৰতিমূৰ্তিও দাহ কৰি নিলম্বনৰ লগতে চেতিয়াক গ্ৰেপ্তাৰৰ দাবী জনাইছিল। ইয়াৰ পূৰ্বে টুইটাৰত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জানিবলৈ দি কয় যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ জৰুৰী তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહાત્મા ગાંધીજીની ઐતિહાસિક દાંડીયાત્રામાં ખેડા જિલ્લાના ‘માતર’ શહેરનું આગવું મહત્વ
કેહવાય છે કે ખેડાની ધરતીમાં જ ખમીર છે. અંગ્રેજોના શાસનકાળમાં ભારતના સ્વાતંત્ર્ય આંદોલન દરમિયાન...
ডিকেডি কলেজৰ NCCৰ ছাত্ৰ সকলৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে চাইকেলেৰে সজাগতা মূলক সমদল
স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী। সগৌৰৱেৰে আকৌ এবাৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু...
रेवदर चिकित्सा विभाग की खुली नींद झोलाछाप डॉ के विरुद्ध कार्यवाही,एक गिरफ्तार,
रेवदर चिकित्सा विभाग की खुली नींद झोलाछाप डॉ के विरुद्ध कार्यवाही,एक गिरफ्तार,
रेवदर उपखंड...
बालोतरा जिले में देखा गया मन की बात का कार्यक्रम
भारतीय जनता पार्टी जिला बालोतरा द्वारा बालोतरा जिले के सभी मंडल पर प्रधानमंत्री नरेंद्र मोदी...