সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭সংখ্যক শিলচৰ অধিবেশনলৈ ৰাওনা মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি দল। অহা ২৭ আৰু ২৮ আগষ্টত অনুষ্ঠিত হব লগা অধিবেশনত ৰাজ্যিক কৰ্মচাৰীৰ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহনৰ সম্ভাৱনা আছে। বিশেষকৈ NPS, চিকিৎসা বানচ আদি দাবী সমুহকলৈ গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি এই অধিবেশনতেই সদৌ অসম কৰ্মচাৰী পৰিষদৰ নতুন সমিতিও নিৰ্বাচিত কৰা হব ।নতুন সমিতিৰ বাবে সভাপতি আৰু সম্পাদক প্ৰধানৰ বাবে দুজনকৈ প্ৰাৰ্থী অৱতীৰ্ণ হব যদিও সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিভিন্ন পদবীত দীৰ্ঘ সময় কাৰ্যনিৰ্বাহ কৰা আৰু ৰাজ্যৰ কৰ্মচাৰী সমাজৰ মাজত জনপ্ৰিয় নেতা ৰূপে পৰিচিত মৰিগাঁৱৰ খগেন মহন্ত সম্পাদক প্ৰধান পদৰ প্ৰবল দাবীদাৰ হৈ পৰিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কলাইগাও উন্নয়ন খণ্ডত MCLA পুজিৰ দ্বাৰা নিৰ্মাণ হব লগা কামৰ অনুমোদন পত্ৰ বিতৰন ই এম দিগন্ত বৰুৱাৰ
MCLA (LAD) পুঁজিৰ দ্বাৰা নিৰ্মাণ হবলগা আঁচনি সমূহৰ অনুমোদন পত্ৰ সমূহ বিতৰণ কৰে মুদৈৱৰী পৰিষদীয়...
মৰিগাঁৱৰ আবকাৰী বিষয়া বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ
মৰিগাঁও জিলাৰ আবকাৰী বিষয়া বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্রী দুৰ্নীতি নিবাৰক শাখাই।...
કેજરીવાલ ની સભા સ્થળે તમામ તૈયારીઓ આટોપી લેવાઈ
ગુજરાતમાં છેલ્લા કેટલાય સમયથી સતત આમ આદમી પાર્ટી મજબૂત થતી જઈ રહી છે ત્યારે દિલ્હીના મુખ્યમંત્રી...
जैसलमेर के बईया गांव में ओरण और गौचर बचाने की लड़ाई तेज, ग्रामीणों के साथ धरने पर बैठे शिव विधायक रविन्द्र सिंह भाटी
शुक्रवार को जैसलमेर के बईया गांव में सोलर कंपनी की गाड़ियां जब ओरण और गौचर की पवित्र भूमि पर जबरन...
iPhone 15 की चार्जिंग स्पीड जान चौंक जाएंगे आप, जानें USB-C से कैसा मिल रहा रिस्पॉन्स
Apple ने हाल ही में iPhone 15 सीरीज को लॉन्च किया था। इस सीरीज में 4 डिवाइश शामिल किए गए है। जैसा...