GMCH ত সক্ৰিয় শিশু চুৰি চক্ৰ। শিশু চুৰি চক্ৰৰ সৈতে জড়িত দুগৰাকী মহিলাক আটক। আটকাধীন মহিলা দুগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিনৰ পৰাই বাহৰ পাতি আছিল। তেওঁলোকে তেজপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে এটি শিশু বিক্ৰীৰ চুক্তি কৰিছিল। ৫০০০ টকাত চুক্তি হৈছিল শিশু বিক্ৰীৰ প্ৰক্ৰিয়া। GMCH ৰ কৰ্তৃপক্ষৰ তৎপৰতাত ধৰা পৰে দুই মহিলা। বয়সীয়াল মহিলা দুগৰাকী আহিছিল ৰোগী ৰখীয়া হিচাপে। এনে একাংশ ৰখীয়াই বিভাগত অপৰাধ কৰাৰ সন্দেহ। কিন্তু শিশুটি চুৰ কৰিবলৈ চেষ্টা কৰোতেই জি এম চি এইছৰ নিৰাপত্তাৰক্ষীয়ে হাতে লুটে ধৰা পেলাই।ধৃত মহিলা দুগৰাকী প্রমিলা ডেকা আৰু বিজিতা দাস। গৰ্ভৱতী মহিলা গৰাকীৰ নাম মইনা বৰা। গৰ্ভৱতী মহিলা গৰাকীৰ স্বামী বিহাৰত শ্ৰমিক হিচাপে কৰ্মৰত।সমগ্ৰ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত জি এম চি এইছ কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Beware of IPL lifestyle. Lot of people will...': Sachin Tendulkar's bone-chilling advice for 17-year-old Kuldeep Yadav
Team India's star spinner Kuldeep Yadav has had an eventful career so far – both,...
जिला कॉंग्रेस चे जेलभरो आंदोलन
https://youtu.be/satpRcVtLOg
राज्यात सत्तासंघर्ष सुरु असतांना गेल्या 9 महिन्यात 756 शेतकऱ्यांनी संपवलं जीवन
औरंगाबाद : राज्यात सत्तासंघर्ष सुरु असतांना गेल्या 9 महिन्यात 756 शेतकऱ्यांनी संपवलं जीवन...
सोलापुर पिसाळलेल्या कुत्र्याचा वनाधिकाऱ्यांसह तिघांना चावा
सोलापूर : शहरामध्ये सध्या मोकाट जनावरे, कुत्रे आणि गाढवांची संख्या वाढू लागली आहे. त्यांच्यावर...
অজয় ফুকন আৰু গান বিতৰ্ক
অজয় ফুকন আৰু গান বিতৰ্ক। ভাইৰেল হৈ পৰিছে এটি কল ৰেকৰ্ডিং। বিলকিছ ইমন নামৰ কণ্ঠশিল্পী গৰাকীৰ এটি...