লখিমপুৰ জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি আজি বিভিন্ন অনুষ্ঠানৰ সমান্তৰালভাৱে দেশভক্তি দিৱসটি লালুকৰ অগ্ৰনী শিক্ষানুষ্ঠান লালুক জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়তো উদ্যাপন কৰা হয়৷ শিক্ষানুষ্ঠান খনত আজি পুৱা ৯-৪৫ বজাত শিক্ষক শিক্ষয়িত্ৰী, কাৰ্যালয়ৰ কৰ্মচাৰী আৰু ছাত্ৰছাত্ৰী সকল সমবেত হৈ এই দিৱস উদ্যাপন কৰা হয়৷ কাৰ্যসূচীত দেশভক্ত তৰুন ৰাম ফুকনৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন কৰে শিক্ষানুষ্ঠানৰ জ্যেষ্ঠ শিক্ষক অচিন্ত্য শইকীয়াই৷ দেশভক্ত তৰুন ৰাম ফুকনৰ প্ৰতিছব্বিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভনী কৰে শিক্ষানুষ্ঠানৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰুমী দেৱীয়ে৷ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী, কাৰ্যালয়ৰ কৰ্মচাৰী, ছাত্ৰছাত্ৰী সকলে বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশ গ্ৰহন কৰে৷ অনুষ্ঠানত শিক্ষানুষ্ঠানৰ ইংৰাজী বিভাগৰ শিক্ষক গোলাপ বৰুৱাই দেশভক্তি দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে দেশভক্ত তৰুনৰাম ফুকনৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত শিক্ষানুষ্ঠানৰ শিক্ষক ক্ৰমে মুহিধৰ শৰ্মা, হেমন্ত শইকীয়া, যাদৱ বৰা, জয়ন্ত শইকীয়া, কুসুম শইকীয়া, ৰুনু বৰুৱা, সুশান্ত কুমাৰ বৰদলৈকে ধৰি সকলো শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী,ছাত্ৰছাত্ৰীকে ধৰি পৰিয়াল বৰ্গ উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નાયક ભોજક સમાજ નો સ્નેહમિલન
આજ રોજ માન. મુખ્યમંત્રી શ્રી ભુપેન્દ્રભાઈ પટેલ સાહેબની વિશેષ ઉપસ્થિતમાં મુખ્યમંત્રી નિવાસ્થાન પર...
Share Market Major Highlights | कौन से Stocks में नजर आई तेजी? कहां दिखी गिरावट? | Siemens Demerger
Share Market Major Highlights | कौन से Stocks में नजर आई तेजी? कहां दिखी गिरावट? | Siemens Demerger
> पुलिस थाना करवर द्वारा कस्बा करवर मे 4-5 व्यक्तियो की जेब तरासी करने वाले चोर को 48 घण्टो मे किया गिरफ्तार आरोपी से 6200 रुपये किये बरामद।
दिनाँक 27.02.2025 को फरियादी श्री बजरंगलाल निवासी करवर ने रिपोर्ट दर्ज करवाई कि कल दिनांक...
अन्न व औषध प्रशासनाची रत्नागिरीतील दोन बेकरींवर कारवाई
रत्नागिरी : अन्न व औषध प्रशासन कार्यालयाने रत्नागिरीतील दोन बेकरींवर कारवाई केली. या दोन्ही...
Breaking News: NEET PG परीक्षा की तारीख का हुआ ऐलान, दो पारियों में होगी परीक्षा | Aaj Tak News
Breaking News: NEET PG परीक्षा की तारीख का हुआ ऐलान, दो पारियों में होगी परीक्षा | Aaj Tak News