২৮ আগষ্ট তাৰিখে সমগ্ৰ অসমৰ লগতে মাজুলী জিলাতো অনুষ্ঠিত হ'বলগীয়া তৃতীয় বৰ্গৰ চাকৰিত নিযুক্তিৰ বাবে লিখিত পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় আলোচনাৰ বাবে আজি জিলা উপায়ুক্ত কাৰ্য্যালযৰ সভাকক্ষত সকলো বিদ্যাল়য় মহাবিদ্যালয় সমূহৰ প্ৰধান সকলৰ লগত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত জিলা উপায়ুক্ত মহোদয়ে জানিবলৈ দিয়া মতে পুৱা 7.30 বজাত কেন্দ্ৰৰ মূল প্ৰবেশদ্বাৰ পৰীক্ষাৰ্থী সকলৰ বাবে খুলি দিয়া হ'ব। উপায়ুক্ত মহোদয়ে সকলো অধ্যক্ষ তথা প্ৰধান শিক্ষকক পৰীক্ষা সম্পৰ্কীয় সকলো নীতি নিয়ম কঠোৰভাৱে মানি চলি সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Panchayat J&K : आज तक के सवाल पर क्यों भड़कीं Iltija Mufti? | PDP | Mehbooba Mufti | Kashmir Election
Panchayat J&K : आज तक के सवाल पर क्यों भड़कीं Iltija Mufti? | PDP | Mehbooba Mufti | Kashmir...
ধেমাজিত চৰকাৰী চিকিৎসালয় অস্হায়ী কৰ্মচাৰীৰ 'অৱস্হান ধৰ্মঘট "
ধেমাজিত আজি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্হায়ী কৰ্মচাৰী সন্হাই বিভিন্ন দাবীত ৰুপায়ণ কৰে "...
ડીસામાં અંગદાન મહાદાન થીમ પર આજે રોટરી ક્લબ હોલ ખાતે ગુજરાતી ગીત લોન્ચ કરવામાં આવ્યું..
ડીસામાં અંગદાન મહાદાન થીમ પર આજે રોટરી ક્લબ હોલ ખાતે ગુજરાતી ગીત લોન્ચ કરવામાં આવ્યું..
Gopal Italia ને આપેલી ચેલેન્જને લઇ Morbi Mla Kantibhai Amrutiya રાજીનામું આપવા ગાંધીનગર રવાના
Gopal Italia ને આપેલી ચેલેન્જને લઇ Morbi Mla Kantibhai Amrutiya રાજીનામું આપવા ગાંધીનગર રવાના