বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই আজি সমষ্টিটোৰ অন্তৰ্গত ক্ৰীড়া সন্থা আৰু ক্লাৱৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে ৷ বিধায়কৰ সেৱা সদনত বিধায়ক ক্ৰীড়া সমিতিৰ সভাপতি মুকুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাৰ জৰিয়তে সমষ্টিটোৰ ২৭ টা ফুটবল ক্লাব আৰু ২৭ টা ভলীবল ক্লাবক ক্ৰীড়া সামগ্ৰী প্ৰদান কৰে ৷ ফুটবল ক্লাবৰ প্ৰতিটোকে দুটাকৈ ফুটবল আৰু ভলীবল ক্লাবক দুটাকৈ ভলীবল আৰু একোখন নেট প্ৰদান কৰা হয় ৷ জয়ন্ত কাকতিয়ে আঁত ধৰা অনুষ্ঠানত জিলা পৰিষদ সদস্যা দীপালি বনিয়া , নাৰায়ণপুৰ পৌৰসভাৰ উপপৌৰপতি বিৰাজ ভূঞা , ক্ৰীড়া সংগঠন প্ৰবীন শইকীয়া প্ৰমুখ্যে বহুকেইজন লোক উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
श्री रक्तदंतिका माताजी मंदिर सथूर में लुटपाट करके पुजारीयो के साथ मारपीट करके सोने चाँदी के जेवरात व पैसे लुटने वाला 25,000/- रुपये का ईनाम आरोपी शिवा बाछड़ा बापर्दा गिरफ्तार।
जिला पुलिस अधीक्षक राजेन्द्र कुमार मीणा ने बताया की दिनाक 18-09-2023 को मध्य रात्री में श्री...
Mizoram University Aizawl पहुंची Lallantop की टीम से छात्र ने किसकी शिकायत कर दी? Mizoram Election
Mizoram University Aizawl पहुंची Lallantop की टीम से छात्र ने किसकी शिकायत कर दी? Mizoram Election
રામનાથ સોસાયટી ખાતે ગૌસેવા કરવા બદલ મહિલા એ આપી પ્રતિક્રિયા
રામનાથ સોસાયટી ખાતે ગૌસેવા કરવા બદલ મહિલા એ આપી પ્રતિક્રિયા
চৰাইদেউত চৰাইদেউ মহোৎসৱৰ নিৰাপত্তা দিশ নিৰীক্ষণ চৰাইদেউ জিলা আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ।
সোণাৰিৰ চৰাইদেউ মহোৎসৱলৈ মাত্ৰ এটাদিন বাকী ।ইতিমধ্যে ৰাইজৰ ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।...
ಬೆಂಗಳೂರಿನಲ್ಲಿ ಇಂದು ರಾಜರಾಜೇಶ್ವರಿ ದಂತ ವೈದ್ಯಕೀಯ ಮಹಾವಿದ್ಯಾಲಯದ "28ನೇ ಘಟಿಕೋತ್ಸವ ಸಮಾರಂಭ" ನಡೆಯಿತು.
ಡಿಸೆಂಬರ್ 16, 2024
ಬೆಂಗಳೂರಿನಲ್ಲಿ ಇಂದು ರಾಜರಾಜೇಶ್ವರಿ ದಂತ ವೈದ್ಯಕೀಯ ಮಹಾವಿದ್ಯಾಲಯದ "28ನೇ...