গুৱাহাটীৰ বশিষ্ঠত ক্ৰমাৎ বৃদ্ধি চুৰি ডকাইটিৰ ঘটনা। মহানগৰীৰ বশিষ্ঠ লতাকটাৰ শান্তি নগৰত চুৰে চলালে চাফাই অভিযান। এইবাৰ বশিষ্ঠ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই আৰক্ষীৰ ঘৰতেই চুৰৰ লুট-পাত। CID ত কৰ্মৰত হিমাংশু তালুকদাৰৰ বাসগৃহৰ পৰা চুৰে লুটি নিলে ৮ লক্ষ্যধিক টকাৰ সোন ৰূপৰ আ-অলংকাৰৰ লগতে নগদ ৭৫ হাজাৰ টকাসহ এটা লেপটপ। বজাৰ কৰিবলৈ সন্ধিয়াৰ ভাগত ওলাই গৈছিল তালুকদাৰ পৰিয়ালটো। ঘৰত কোনো নথকাৰ সুযোগ লৈ গ্ৰীল কাটি চুৰে সংঘটিত কৰিলে চুৰিকাণ্ড। সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राज्याचे अन्न व औषध प्रशासन मंत्री यांचे खाजगी सचिव डॉ.विशाल राठोड यांचा डॉ.संतोष मुंडे यांच्या हस्ते सत्कार
परळी वैजनाथ (प्रतिनिधी) :- परळी तालुक्यातील भुमिपुत्र डॉ.विशाल राठोड यांची अन्न व औषध प्रशासन...
પામોલીનમાં ઘટાડો છતાં ફરસાણના ભાવો આસમાને
કેન્દ્ર સરકારે ખાદ્યતેલોના ભાવો કાબૂમાં લેવા આયાતી તેલોમાં ડયુટી ઘટાડતાં તેમજ વિદેશોમાં...
MERAPANISLUGNAME: MOHAMILANএটা বা দুটা বছৰ নহয়, সুদীৰ্ঘ ৪৫ টা বছৰৰ বিৰতিত মহামিলন ঘটিছে মেৰাপানী দুই
MERAPANI
SLUGNAME: MOHAMILAN
এটা বা দুটা বছৰ নহয়, সুদীৰ্ঘ ৪৫ টা বছৰৰ বিৰতিত মহামিলন...
दरा में अबली मिनी महल के पास खाई में पलटी रोड़वेज बस, 8 यात्री हुए घायल
रामगंजमंडी में मोड़क थाना क्षेत्र के कोटा झालावाड़ नेशनल हाईवे 52 पर राजस्थान रोड़वेज की बस...