গুৱাহাটীৰ বশিষ্ঠত ক্ৰমাৎ বৃদ্ধি চুৰি ডকাইটিৰ ঘটনা। মহানগৰীৰ বশিষ্ঠ লতাকটাৰ শান্তি নগৰত চুৰে চলালে চাফাই অভিযান। এইবাৰ বশিষ্ঠ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই আৰক্ষীৰ ঘৰতেই চুৰৰ লুট-পাত। CID ত কৰ্মৰত হিমাংশু তালুকদাৰৰ বাসগৃহৰ পৰা চুৰে লুটি নিলে ৮ লক্ষ্যধিক টকাৰ সোন ৰূপৰ আ-অলংকাৰৰ লগতে নগদ ৭৫ হাজাৰ টকাসহ এটা লেপটপ। বজাৰ কৰিবলৈ সন্ধিয়াৰ ভাগত ওলাই গৈছিল তালুকদাৰ পৰিয়ালটো। ঘৰত কোনো নথকাৰ সুযোগ লৈ গ্ৰীল কাটি চুৰে সংঘটিত কৰিলে চুৰিকাণ্ড। সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হাতী মানুহৰ সংঘাটৰ ৰোধৰ প্ৰচেষ্টাৰে চ'লাৰ চিষ্টেম মুকলি কৰিলে অজন্তা নেওগে
গোলাঘাট জিলাৰ ঘিলাধাৰী আৰু মৰঙী মৌজাৰ কেইবাখনো গাৱত বছৰ বছৰ ধৰি হাতী মানুহৰ সংঘাতে এক ভয়াবহ ৰূপ...
Lok Sabha Election Phase 5 Voting: Farhan Akhtar ने डाला वोट, लोगों से की मतदान की अपील!
Lok Sabha Election Phase 5 Voting: Farhan Akhtar ने डाला वोट, लोगों से की मतदान की अपील!
ક્યારેય આવુ ટેલેન્ટ જોયું નહી હોય સલામ છે. વિડીયો દરેકને મોકલો.જેથી આ બહેન વર્લ્ડ રેકોર્ડ બનાવીશકે.
ક્યારેય આવુ ટેલેન્ટ જોયું નહી હોય સલામ છે. વિડીયો દરેકને મોકલો.જેથી આ બહેન વર્લ્ડ રેકોર્ડ બનાવીશકે.
সুদীৰ্ঘ ৩৮ বছৰ পিছত দুধনৈৰ আমগুৰীৰ শ্বহীদক সাহসীকতাৰ বঁটা প্ৰদান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷
সুদীৰ্ঘ ৩৮ বছৰ পিছত শ্বহীদক সাহসীকতাৰ বঁটা প্ৰদান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ ১৯৮৪ চনত...