তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি বুধবাৰে সন্ধিয়া অৰূপ হাজৰিকা নামৰ লোকজনক দুজন লোকে মাৰধৰ কৰে ৷ তাৰ পাছতে আজি নিজা ঘৰত স্থানীয় ৰাইজে হাজৰিকাক মৃত্যু অৱস্থাত দেখি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত মৃতদেহটো তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ লগতে আৰক্ষীক অৱগত কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાવ ધારાસભ્ય ગેનીબેને કર્યા હનુમાન દાદા ના દર્શન..
ગેનીબેને કર્યા હનુમાન દાદા ના દર્શન..
নাজিৰা মহকুমাত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন
ঐক্যবদ্ধ ভাৰতৰ অন্যতম খনিকৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশৰ...
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
ৰঙিয়াত মনসা দেৱীৰ পুজা উপলক্ষে শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পী
ৰঙিয়াত মনসা দেৱীৰ পুজা উপলক্ষে শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পী