আজি হোজাই শংকৰদেৱ নগৰ কছাৰী ময়দানত মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, হোজাই জিলা উপায়ুক্ত, হোজাই বিধায়ক, চৰকাৰী বিষয় ববীয়া সকলৰ উপস্থিতত বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সাহায্য প্ৰদান' আৰু 'অৰুণোদয় মাহ'ৰ শুভাৰম্ভণী কাৰ্যসূচী।
আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰাই ৰাজ্যজুৰি বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত পৰিয়ালৰ মূৰব্বীৰ একাউন্টলৈ পোনপটীয়াকৈ ৯৫,১০০ টকাকৈ আনুষ্ঠানিকভাৱে মুকলি কৰিছে। সমান্তৰালভাৱে আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব 'অৰুণোদয় মাহ'।