বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তগত শিমলুগুৰি আৰু ৰাজগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত স্থায়ীভাৱে বসবাস কৰি আদিবাসী , কাৰ্বি আৰু বড়ো জনগোষ্ঠীয় লোকসকলৰ সামাজিক আৰু ব্যক্তিগত সমস্যাসমুহৰ বুজ লোৱাৰ লগতে তেওলোকৰ ভাষা , সাহিত্য আৰু সংস্কৃতি আদি সম্পৰ্কত সমস্যা আৰু কৰনীয় সম্পৰ্কত অন্তৰংগ আলাপ কৰে সমষ্টিটোৰ বিধায়ক অমিয় কুমাৰ ভূঞাই ৷ বিধায়কগৰাকীৰে অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰা জনগোষ্ঠীকেইটাৰ প্ৰতিনিধি সকলক অনাগত দিনত তেওঁলোকৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে ধলপুৰ শিমলুগুৰি জিলা পৰিষদ সদস্যা দীপালি বনিয়া আৰু পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিজেপি দলৰ বুথ সভাপতিসকল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত মূল্যবৃদ্ধি সন্দৰ্ভত ছত্তিশগড়ৰ সংসদীয় সচিব তথা AICCৰ সম্পাদক বিকাশ উপাধ্যায়ৰ কাৰ্যসূচী
সোণাৰিত মূল্যবৃদ্ধি সন্দৰ্ভত ছত্তিশগড়ৰ সংসদীয় সচিব তথা AICCৰ সম্পাদক বিকাশ উপাধ্যায়ৰ...
Delhi: जेंडर इक्वेलिटी के लिए सड़कों पर नजर आईं UP Warriors की खिलाड़ी, खुद बनाई Wall Painting
Delhi: जेंडर इक्वेलिटी के लिए सड़कों पर नजर आईं UP Warriors की खिलाड़ी, खुद बनाई Wall Painting
Golaghat
Deputy Commissioner, Golaghat Dr P Uday Praveen, IAS chaired a meeting to review the works and...
થરાદ : કપચી ભરેલ ઓવર લોડ ડમ્પર પોલીસને સોંપ્યું | SatyaNirbhay News Channel
થરાદ : કપચી ભરેલ ઓવર લોડ ડમ્પર પોલીસને સોંપ્યું | SatyaNirbhay News Channel