ভজো পঞ্চায়তৰ ৭ নং ৱাৰ্ডত অমৃত সৰোবৰ খনন কাৰ্যৰ অধীনত দুটা আঁচনিৰ শুভাৰম্ভ। সাত নং ৱাৰ্ডৰ অন্তৰ্গত ভজো বিল আৰু ৰুদ্ৰ সিংহ পুখুৰী আঁচনিৰ পুখুৰীত প্ৰায় ২৫ লক্ষাধিক টকাৰে সম্পন্ন হ'বলগীয়া আঁচনি দুটা শুভাৰম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, উপ পৌৰপতি স্বাক্ষৰজ্যোতি গগৈ, চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙ, এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, জিলা পৰিষদৰ সদস্যা জীনু কোঁৱৰ, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰ, সোণাৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বড়ো-কছাৰী স্বায়ত্বশাসিত পৰিষদৰ সদস্য বিনোদ বসুমতাৰীৰ লগতে স্থানীয় ৰাইজ তথা দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন সভাত শুভাৰম্ভ কৰে এই আঁচনিৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোৰেশ্বৰৰ ৰামগাওঁত অজগৰ সাপ উদ্ধাৰ
গোৰেশ্বৰৰ ৰামগাওঁত অজগৰ সাপ উদ্ধাৰ
दूसरी-तिमाही में GDP ग्रोथ घटकर 5.4% पर आई:यह सात तिमाहियों में सबसे धीमी, एक साल पहले 8.1% पर थी
वित्त वर्ष 2025 की जुलाई-सितंबर तिमाही में भारत की जीडीपी ग्रोथ घटकर 5.4% पर आ गई है। यह सात...
અમદાવાદ એરપોર્ટ પર ચાઈનીઝ પેસેન્જર આકસ્મિક રીતે ઉતરી જતાં સુરક્ષાકર્મીઓમાં દોડધામ મચી!
અમદાવાદના સરદાર વલ્લભભાઈ પટેલ ઈન્ટરનેશનલ એરપોર્ટ પર એક વિચિત્ર ઘટના બની છે. આ ઘટનામાં એવું જોવા...
ঋণগ্ৰস্থ গ্ৰাহক সকলৰ বাবে সু-খবৰ।
ঋণগ্ৰস্থ গ্ৰাহক সকলৰ বাবে সু-খবৰ।
पन्ना पुलिस द्वारा लगातार किया जा रहा अपहृत बालक/बालिकाओं को दस्तयाब थाना गुनौर के अपराध क्रमांक 78/23 में अपह्त नाबालिक बालिका को सकुशल दस्तयाब कर परिजनो को किया गया सुपुर्द
गुनौर : दिनांक 26/02/2023 को फरियादी के द्वारा थाना गुनौर उपस्थित होकर रिपोर्ट दर्ज...