অসম ৰাজ্যিক পৰিবহণ নিগমে শিৱসাগৰত নিযুক্তি দিয়া ৩৭ গৰাকী নিম্ন বৰ্গৰ কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। সাক্ষাৎকাৰ অনুষ্ঠিত কৰি চলিত বৰ্ষৰ ৭ জানুৱাৰীত পৰিৱহণ নিগমৰ বাছ সমুহৰ বাবে নিযুক্তি দিছিল ৩৭ গৰাকী সহায়ক তথা চাফাই কৰ্মচাৰীক | কিন্তু ১ বছৰ নহওঁতেই গুৱাহাটীস্থিত পৰিচলনা সঞ্চালকে এক নিৰ্দেশনা যোগে এই সকল ঠিকা ভিত্তিক কৰ্মচাৰীক কোনো স্পষ্ট কাৰণ উল্লেখ নকৰাকৈয়ে কামৰ পৰা অব্যাহতি দিয়াত হাহাকাৰ লাগিছে | যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে কৰ্মচাৰী সকলৰ | যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰী সকলে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Afternoon brief: Security tightened as Rahul Gandhi set to arrive at Surat court, and all the latest news
Police in Gujarat's Surat have deployed additional forces ahead of the arrival this afternoon of...
कोटा महोत्सव 2024 के तहत दरा खेल मैदान में होगा आज सांस्कृतिक कार्यक्रमों का आगाज़
कनवास. कोटा महोत्सव के तहत कनवास उपखंड कनवास क्षेत्र के मौरुकलां पंचायत दरा मैदान में सांस्कृतिक...
স্বাধীনতা দিৱস উপলক্ষে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ফেন্সী ড্ৰেছ, কুইজ, দেশপ্ৰেমমূলক গীত, নৃত্য প্ৰতিযোগিতা
৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ফেন্সী ড্ৰেছ,...
Mumbai BMW Case: कौन है बीएमडब्ल्यू केस में गिरफ्तार राजेश शाह, सीएम शिंदे के माने जाते हैं राइट हैंड
नई दिल्ली। Mumbai BMW Case मुंबई के वर्ली में बीते दिनों एक तेज रफ्तार बीएमडब्ल्यू कार...
✍️✍️जिंतूर तालुक्यातील कार्यकर्त्यांचे आम आदमी पार्टी मध्ये जाहीर प्रवेश.✍️✍️
न्यूज रिपोर्टर जिंतूर प्रतिनिधी:(माबुद खान)
आज दिनांक 25/09/2022 रोजी परभणी जिल्ह्यातील...