অসম ৰাজ্যিক পৰিবহণ নিগমে শিৱসাগৰত নিযুক্তি দিয়া ৩৭ গৰাকী নিম্ন বৰ্গৰ কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। সাক্ষাৎকাৰ অনুষ্ঠিত কৰি চলিত বৰ্ষৰ ৭ জানুৱাৰীত পৰিৱহণ নিগমৰ বাছ সমুহৰ বাবে নিযুক্তি দিছিল ৩৭ গৰাকী সহায়ক তথা চাফাই কৰ্মচাৰীক | কিন্তু ১ বছৰ নহওঁতেই গুৱাহাটীস্থিত পৰিচলনা সঞ্চালকে এক নিৰ্দেশনা যোগে এই সকল ঠিকা ভিত্তিক কৰ্মচাৰীক কোনো স্পষ্ট কাৰণ উল্লেখ নকৰাকৈয়ে কামৰ পৰা অব্যাহতি দিয়াত হাহাকাৰ লাগিছে | যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে কৰ্মচাৰী সকলৰ | যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰী সকলে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણની સરકારી હોસ્પિટલ ખાતે આવતીકાલે બ્લડ સ્ટોરેજ યુનિટ નું ઉદઘાટન થશે
જસદણની સરકારી હોસ્પિટલ ખાતે આવતીકાલે બ્લડ સ્ટોરેજ યુનિટ નું ઉદઘાટન થશે સ્થાનિક ધારાસભ્ય બાવળીયા...
6 साल के OS अपडेट के साथ सैमसंग का नया फोन लॉन्च, 5000 mAh बैटरी और 50MP कैमरा से लैस
सैमसंग ने अपना नया स्मार्टफोन गैलेक्सी A16 5G लॉन्च कर दिया है। यूरोप में लॉन्च किए गए डिवाइस को...
সোণাৰিৰ নাফুক আদৰ্শ গাঁওত স্বাধীনতা দিৱস উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা
সোণাৰিৰ নাফুক আদৰ্শ গাঁওত স্বাধীনতা দিৱস উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা। নাফুক আদৰ্শ গাঁওৰ...
विहिरींसाठी लाच मागितल्याने सरपंचाकडुन २ लाख हवेत उडवत गटविकास अधिकाऱ्यांविरुद्ध आंदोलन...
औरंगाबाद संभाजीनगर फुलंब्री
येथील लाच मागितल्याने सरपंचाकडुन २ लाख हवेत उडवत गटविकास...