আজিও অৱহেলিত আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰথম অসমীয়া মহিলা বক্সাৰ প্ৰণামিকা বৰা ।। মেৰীকম, লাভলীনা বৰগোহাঁই দৰে বিশ্বৰ দৰবাৰত উজলি উঠা কেইবাগৰাকী বক্সিং খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি অহা তিতাবৰৰ টিপমীয়াৰ সু-সন্তান অসম তথা দেশৰ গৌৰৱ প্ৰণামিকা বৰাক আজিলৈকে কোনো সংস্থাপনৰ ব্যৱস্থা নকৰিলে অসম চৰকাৰে ।। প্ৰণামিকা বৰাই World championship ত প্ৰথম গৰাকী অসমীয়া মহিলা বক্সাৰ হিচাপে ৰূপ আৰু ব্ৰঞ্জৰ পদক অর্জন কৰি দেশবাসীক গৌৰম্বীত কৰিছিল ।। তাৰপিছতে বহুকেইখন ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত সোণৰ পদক আৰ্যন কৰিবলৈ সক্ষম হোৱা প্ৰণামিকা বাৰৰ ওপৰত চকু পৰা নাই ৰজা ঘৰীয়াৰ ।। World championshipত ৬বাৰকৈ সোণৰ পদক অৰ্জন কৰা মেৰীকমৰ প্ৰশিক্ষক হিচাপে আছিল প্ৰণামিকা বৰা ।। শেহতীয়াকৈ বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছৰ ভাৰতীয় মহিলা বক্সিং দলৰ প্ৰশিক্ষক হিচাপে প্ৰতিনিধিত্ব কৰিছিল প্ৰণামিকা বৰাই ।। বৰ্তমান SAI ৰ অস্থায়ী প্ৰশিক্ষক হিচাপে হাৰিয়ানাৰ ৰৌটকত নিয়োজিত হৈ আছে প্ৰণামিকা বৰা ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: BJP ने Dara Singh Chauhan को विधान परिषद की सीट के लिए बनाया उम्मीदवार | Aaj Tak
Breaking News: BJP ने Dara Singh Chauhan को विधान परिषद की सीट के लिए बनाया उम्मीदवार | Aaj Tak
প্ৰেমিকাক চুৰিকাঘাট কৰি আত্মহত্যা প্ৰেমিকৰ
প্ৰেমিকাক চুৰিকাঘাট কৰি আত্মহত্যা প্ৰেমিকৰ।
গুৰুতৰ ভাবে আহত যুৱতীক উন্নত চিকিৎসাৰ বাবে যোৰহাট...
জামুগুৰিহাটত বহু পথাৰ ছন পৰাৰ আশংকা।
অঞ্চলটোৰ বৰপথাৰ,চকীঘাট পথাৰকে ধৰি বহু পথাৰত কৃষকে এতিয়া কঠিয়াৰ অভাৱৰ বাবেই খেতি কৰিব নোৱাৰি...
આવતીકાલે દિલ્હીના મુખ્યમંત્રી અરવિંદ કેજરીવાલ રાજકોટ આવશે, સાત દિવસમાં બીજી વખત આવશે રાજકોટ
આવતીકાલે દિલ્હીના મુખ્યમંત્રી અરવિંદ કેજરીવાલ રાજકોટના પ્રવાસે આવશે. મહત્વનું છે કે હજૂ પાંચ દિવસ...
भाजपा प्रत्याशी करणभूषण सिंह के काफिले की कार हुई बेकाबू दों की मौत बना रहां तनाव
उत्तर प्रदेश के जनपद गोंडा में,भाजपा प्रत्याशी करण भूषण सिंह के काफिले की कार हुई बेकाबू दों की...