নুমলীগড়ৰ তেলগৰমত বৃহস্পতিবাৰে শুভমুক্তি চাহ জনগোষ্ঠীয় ভিডিঅ’ এলবাম নাৱা ছড়ী ৷

বহুদিনীয়া জল্পনাকল্পনাৰ অন্তত মৰঙিৰ পৰা চাহ জনগোষ্ঠীয় ভাষাৰ সুন্দৰ ভিডিঅ’ গীত আৰু অভিনয়ৰ এলবাম নাৱা চড়ী ৰ মুক্তি লাভ ৷ চাহ জনগোষ্ঠীয় বহুকেইগৰাকী শিল্পীয়ে অভিনয় কৰা এলবামটোত কণ্ঠদান কৰিছে শিল্পী অৰূপ বৰাই ৷ সঙ্গীত পৰিচালক অংকু দেৱনাথৰ পৰিচালনাত মুক্তি পোৱা এলবামটোৱে শাৰদীয় দুৰ্গোৎসৱত ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে কলা কুশলী সকলে ৷