এইবাৰ মায়ানগৰী মুম্বাইত গীত পৰিৱেশন কৰিব সোণাৰিৰ অভিৰাজে। সোণাৰি পাৰ্বতী প্ৰসাদ বৰুৱা সোঁৱৰণি প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত শিশু শিল্পী গৰাকী শেহতীয়াকৈ গোৱা জুবিন গাৰ্গৰ এটা গীত social mediaত যথেষ্ট ভাইৰেল হৈ পৰিছিল যাৰ ফলত তেওঁ নিশাটোৰ ভিতৰত অসমত এটি পৰিচিত নাম হৈ পৰিছিল। ভাৰতৰ এটা জনপ্ৰিয় টি ভি চেনেলত প্ৰচাৰ হোৱা Sa re ga ma little champs নামৰ সংগীত প্ৰতিযোগিতাৰ অডিচন দিবৰ বাবে কালি মুম্বাইলৈ যাত্ৰা কৰিছে অভিৰাজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रविवार विशेष हितगुज : परमपूज्य गुरुमाऊली
रविवार विशेष हितगुज : परमपूज्य गुरुमाऊली
TP Link राउटर में सामने आई बड़ी खामी, घर में लगे इंटरनेट कनेक्शन को सिक्योर करने के लिए फॉलो करें ये टिप्स
गूगल Apple और माइक्रोसॉफ्ट जैसी कंपनियां को CERT-In को चेतावनी देते हुए बताया कि TP-Link राउटर...
Many Many Happy Returns Of The Day.....Modi Ji....
Many Many Happy Returns Of The Day.....Modi Ji