এইবাৰ মায়ানগৰী মুম্বাইত গীত পৰিৱেশন কৰিব সোণাৰিৰ অভিৰাজে। সোণাৰি পাৰ্বতী প্ৰসাদ বৰুৱা সোঁৱৰণি প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত শিশু শিল্পী গৰাকী শেহতীয়াকৈ গোৱা জুবিন গাৰ্গৰ এটা গীত social mediaত যথেষ্ট ভাইৰেল হৈ পৰিছিল যাৰ ফলত তেওঁ নিশাটোৰ ভিতৰত অসমত এটি পৰিচিত নাম হৈ পৰিছিল। ভাৰতৰ এটা জনপ্ৰিয় টি ভি চেনেলত প্ৰচাৰ হোৱা Sa re ga ma little champs নামৰ সংগীত প্ৰতিযোগিতাৰ অডিচন দিবৰ বাবে কালি মুম্বাইলৈ যাত্ৰা কৰিছে অভিৰাজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Haryana Election 2024: मतदान से 2 दिन पहले हरियाणा में बड़ा उलटफेर, भाजपा छोड़ कांग्रेस में शामिल हुए अशोक तंवर
चंडीगढ़। हरियाणा विधानसभा चुनाव 2024 (Haryana Election 2024) के बीच भाजपा को बड़ा झटका लगा है।...
কি হ'ব নিবনুৱা সকলৰ?
ৰাজ্যত আকৌ আৰম্ভ হৈছে বৃহৎ কা আন্দোলন, AASU ৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য দেৱৰ নেতৃত্বত আকৌ আৰম্ভ...
બનાસકાંઠા મતદાન..
બનાસકાંઠા જિલ્લા 9 વિધાનસભા બેઠક ના 9 વાગ્યા સુધી મતદાન ટકાવારી
દાતા.... 4.7 ટકા ...
Hyderabad woman stabbed to death by Brazilian man in London flat: Report
The body of a young woman - who was stabbed to death - found in a residential building in London...