ডিব্ৰুগড় জিলাৰ টিংখাঙ সমষ্টিৰ অন্তৰ্গত ক্ৰমে নীলমনি চাহ বাগিচা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ আৰু জোঁকতলী চাহ বাগিচা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ শুভাৰম্ভণি কৰে মন্ত্ৰী বিমল বড়াই। অসম চৰকাৰৰ সমাজকল্যাণ বিভাগৰ ২০২১-২০২২ বৰ্ষৰ অধীনত প্ৰায় ২৫ লাখ কৈ টকাৰ ব্যয়ৰে সাজি উলিওৱা আদৰ্শ অংগনৱাদী কেন্দ্ৰ দুটি শুভউদ্বোধন কৰি মন্ত্ৰী বিমল বড়াই এই কেন্দ্ৰৰ যোগেদি অঞ্চলটোৰ শিশুসকল সু নাগৰিক হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। এই শুভউদ্বোধন অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী লেঙেৰী মণ্ডল আৰু টিংখাং মণ্ডলৰ সন্মানীয় সভাপতিদ্বয়ৰ লগতে বিভিন্ন কাৰ্যকৰ্তা আৰু জনপ্ৰতিনিধি সকল উপস্থিত থাকে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধেমাজি আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষকক আৰক্ষীৰ গ্ৰেপ্তাৰ
ধেমাজি আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক প্ৰীতম বৰুৱাক মঙলবাৰে দুপৰীয়া ধেমাজি আৰক্ষীয়ে আটক কৰি...
’24 કલાકમાં ટ્વિટ કરી ડિલીટ’, સ્મૃતિની વિનંતી પર હાઈકોર્ટે કોંગ્રેસના બે નેતાઓને પાઠવ્યા સમન્સ
દિલ્હી હાઈકોર્ટે કોંગ્રેસના નેતાઓ જયરામ રમેશ, પવન ખેરા અને નેટ્ટા ડિસોઝાને સ્મૃતિ ઈરાની દ્વારા...
Taylor Swift ने अमेरिकी राष्ट्रपति चुनाव के लिए दिया Kamala Harris को समर्थन
अमेरिका में होने वाले राष्ट्रपति चुनाव में अब 2 महीने से भी कम समय बाकी है। 5 नवंबर को अमेरिकी...
ભીલડીના દરેક સમાજોએ વ્યસન અને કુરિવાજો છોડવાનો સંકલ્પ કર્યો.
ભીલડીના દરેક સમાજોએ વ્યસન અને કુરિવાજો છોડવાનો સંકલ્પ કર્યો.
MP Election 2023: Deputy Collector Nisha Bangre का इस्तीफा क्यों नहीं मंजूर कर रही Shivraj सरकार?
MP Election 2023: Deputy Collector Nisha Bangre का इस्तीफा क्यों नहीं मंजूर कर रही Shivraj सरकार?